দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অনান্য বছৰৰ দৰে এইবাৰো আন্তঃৰাষ্ট্ৰীয় হস্তী দিৱস পালন কৰা হয়। এই উপলক্ষে উদ্যান খনৰ হস্তীক লৈ উদ্যান খনৰ পৰা শোভাযাত্ৰা এটা উলিওৱা হয়। শোভাযাত্ৰাত মঙলদৈ বন সংমণ্ডল প্ৰাধিকাৰী় প্ৰদীপ্ত বৰুৱা, বনাঞ্চলিক বিষয়া দিব্যজ্যোতি দেউৰী, খন্ড বন বিষয়া প্ৰানজিত ডেকা, মমি বসুমতাৰী সহ উদ্যান খনৰ বন কৰ্মী আৰু স্থানীয় ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। বিশ্ব হস্তী দিৱসৰ সৈতে সংগতি ৰাখি উদ্যান খনত সজাগতা সভা এখনও অনুষ্ঠিত কৰা হয় । আনহাতে আগন্তুক স্বাধীনতা দিৱস উপলক্ষে বনকৰ্মী বিষয়া সকলে হাতে হাতে পতাকা লৈ 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতা ৰেলী এটা বনকৰ্মী সকলে উলিয়ায় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરેન્દ્રનગર જિલ્લાના ધોળીધજા ડેમનો પ્રવાસન સ્થળ તરીકે વિકાસ કરવા નાયબ મુખ્ય દંડક્ના અધ્યક્ષસ્થાને બેઠક યોજાઈ
નાયબ મુખ્ય દંડક્શ્રી જગદીશભાઈ મકવાણાના અધ્યક્ષસ્થાને કલેક્ટર કચેરી, સભાખંડ ખાતે ધોળીધજા ડેમનો...
બ્રેકિંગ ન્યૂઝ : ગુજરાત સરકાર આ કર્મચારીઓને આપશે દિવાળી બોનસ, જાણો શું કરી જાહેરાત
દિવાળીનો તહેવાર આવી રહ્યો છે. ત્યારે ગુજરાત સરકાર સરકારી કર્મચારીઓના હિતમાં મોટા નિર્ણય લઈ રહી...
Breaking News: दिल्ली शराब नीति से जुड़े मनी लॉन्ड्रिंग मामले में Manish Sisodia को झटका | Delhi
Breaking News: दिल्ली शराब नीति से जुड़े मनी लॉन्ड्रिंग मामले में Manish Sisodia को झटका | Delhi
मणिपुर में Starlink जैसा डिवाइस बरामद, एलन मस्क ने दावों को लेकर क्या कहा? यहां जानें
मणिपुर पुलिस ने केराव खुनौ इलाके में छापा मारकर एक इंटरनेट सैटेलाइट एंटीना एक इंटरनेट सैटेलाइट...