দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ স্বৰ্ণীল ক্ষণত চৰাইদেউ জিলাৰ সোণাৰি পৌৰসভাৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপনৰ ফটো প্ৰতিযোগিতা।

সকলোৱে যোগদান কৰক,লাভ কৰক আকৰ্ষণীয় পুৰষ্কাৰ।

সামাজিক মাধ্যমৰ সহযোগী- টিম টিপচাকি-Tipsaki