দেশ তথা ৰাজ্যত আজাদি কা অমৃত মহোৎসৱ পালন কৰি থকাৰ সমান্তৰালভাৱে তামুলপুৰতো হৰ ঘৰ তিৰংগা কাৰ্যসূচী পালন কৰি থকা হৈছে। সমান্তৰাল ভাবে নাগ্ৰিজুলিৰ কোম্পানীবাৰীতো একল অভিযানৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী তথা স্থানীয় লোকৰ সহযোগত এক শোভাযাত্ৰা উলিওৱা হয়।দেশ ভক্তি গীতেৰে আৰম্ভ হোৱা শোভাযাত্ৰাত হৰ ঘৰ তিৰংগা,বন্দে মাতৰম আদি শ্লোগানেৰে দুই কিলোমিটাৰ শোভাযাত্ৰাৰ অন্তত জয়পুৰ একল বিদ্যালয় গ্ৰামত সমাপ্ত কৰি বন্তি প্ৰজ্বলন কৰি পতাকা উত্তোলন কৰা হয়। কাৰ্যসূচীত একল অভিযানৰ নাগ্ৰিজুলিৰ স্বঞ্চ প্ৰমুখ জয়মতি নমঃশৰ্মা, বাক্সা জিলাৰ অভিযান প্ৰমুখ দিলীপ শুনাৰ লগতে স্থানীয় ভিচিডিচিৰ অধ্যক্ষ তথা সমাজ কর্মী সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સલાયા ગામે મહોરમ ના તહેવારોને લઈ પોલીસનો ચુસ્ત બંદોબસ્ત
સલાયા ગામે મહોરમ ના તહેવારોને લઈ પોલીસનો ચુસ્ત બંદોબસ્ત
কলকাতাৰ এগৰাকী যুৱতীয়ে শুই উপাৰ্জন কৰিলে ৫ লাখ টকা।
কলকাতাৰ ত্ৰিপৰ্ণা চক্ৰৱৰ্তী নামৰ এগৰাকী ২৬ বছৰীয়া যুৱতীয়ে শুই উপাৰ্জন কৰিলে ৫ লাখ টকা। "Flagship...
अयोध्या में खुल गई विकास की पोल! कहीं धंसी सड़क तो कहीं फंसी कार, रेलवे की दीवार भी हुई ढही।
अयोध्या को लेकर विकास के बड़े-बड़े दावे किए गए वही अयोध्या के विकास की पहली बरसात में ही पोल खुल...
10 उपवास करने वाली शिप्रा पाटनी का निकाला जुलूस
बूंदी । दशलक्षण पर्व के तहत 10 उपवास करने वाले त्यागी वृति शिप्रा पाटनी और अविनाश गंगवाल के पारणे...