সোমবাৰে চৰাইদেউ জিলাৰ মৰাণহাট জ্যোতিপুৰ স্থিত মাহমৰা সমষ্টিৰ অটল বিহাৰী বাজপেয়ী ভৱনত আগন্তুক লোকসভা নিৰ্বাচণক কেন্দ্ৰ কৰি এখন নিৰ্বাচণী সাংগাঠনিক সভা অনুষ্ঠিত হয়। এই সভাত বিজেপিৰ অসম ৰাজ্যিক সাংগাঠনিক সাধাৰন সম্পাদক ৰবীন্দ্ৰ ৰাজ্জু , মাহমৰা সমষ্টিৰ বিধায়ক তথা অখসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, চৰাইদেউ জিলাৰ বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, জিলা সমিতিৰ বিষয় ববীয়া সকল, মাহমৰা সমষ্টিৰ অন্তৰ্গত তিনিটা মণ্ডলৰ সভাপতি তথা বিষয় ববীয়া সকল,বুথ সমুহৰ সভাপতি সকল, আৰু বিষয় ববীয়া সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સરંભડાના પ્રતાપભાઈ જગુભાઇ વાળાને પાસા વોરંટની બજવણી કરી, પોરબંદર સ્પેશ્યલ જેલ ખાતે અટકાયતમાં રહેવા મોકલી આપેલ છે.
અમરેલી જિલ્લા મેજિસ્ટ્રેટ તથા પોલીસ અધિક્ષક નાઓએ પાસા હેઠળ કાર્યવાહી કરતા, શરીર સબંધી ગુના આચરતા...
ट्रेन से कटकर किया आत्महत्या
जनपद जौनपुर के तहसील केराकत के ग्राम पचवर के पास, ट्रेन से कटकर किया आत्महत्या।मालूम होकि थाना...
Bajaj Pulsar N 160 Vs Tvs Apache RTR 160 4V: 160 सीसी की इन दोनों बाइक्स में से कौन है बेहतर, जानें डिटेल
भारतीय बाजार में 160 सीसी सेगमेंट में कई बाइक्स को ऑफर किया जाता है। लेकिन इनमें से Bajaj...
गणेश उत्सव का हुआ शुभारंभ, राम नगरी में 10 दिनों तक भगवान गणपति की आराधना की रहेगी धूम
गणेश उत्सव का हुआ शुभारंभ, राम नगरी में 10 दिनों तक भगवान गणपति की आराधना की रहेगी धूम