দৰং-ওদালগুৰি লোকসভা সমষ্টিতত কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাধৱ ৰাজবংশী। কলাইগাওঁ ব্লক কংগ্ৰেছৰ দ্বাৰা অনুষ্ঠিত দলীয় সভাত উপস্থিত থাকে মাধৱ ৰাজবংশী। কংগ্ৰেছ দলৰ সভাত প্ৰাক্তন সাংসদ গৰাকীক উষ্ম আদৰণি জনায় কলাইগাওঁ ব্লক কংগ্ৰেছৰ কৰ্মী সকলে। সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। বিশেষকৈ বিজেপি চৰকাৰখনক বৰ্তমান কংগ্ৰেছ দলৰ বি টিমৰ চৰকাৰ আখ্যা দিয়ে। অসমত এতিয়া বিজেপি দলত কংগ্ৰেছ আৰু অগপ দলৰ নেতাৰে বিজেপি চৰকাৰ চলি আছে। পুৰণি বিজেপিৰ অৱস্থা পুতৌ লগা হৈছে। আনহাতে মজিবৰ ৰহমানে মাধৱ ৰাজবংশীক মনোনয়ন উঠাই লবলৈ কৰা মন্তব্যক হু ইজ মজিবৰ ৰহমান বুলিও কতাক্ষ্য কৰে কংগ্ৰেছ দলৰ দৰং-ওদালগুৰি লোকসভাৰ প্ৰাৰ্থী গৰাকীয়ে। বিপিএফ ত কৈ কংগ্ৰেছ দলে বেছি ভোট পাব বুলিও কয় প্ৰাক্তন সাংসদ গৰাকীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मराठवाडा मुक्ती संग्राम दिनी कर्तव्य बजावुन घरी परतत असताना होमगार्ड दिलीप गायकवाड यांचा अपघात...
शासकिय योजनांचा लाभ मिळावा अशी कुटुंबियांच्या वतीने मागणी...
मराठवाडा मुक्ती संग्राम दिनी होमगार्ड कर्मचाऱ्याचा अपघात...
होमगार्ड दिलीप गायकवाड चा जीवनपटाची...
Election 2024: Shrikant Shinde ने Kalyan से नामांकन दाखिल किया, क्या लगाएंगे जीत की हैट ट्रिक?
Election 2024: Shrikant Shinde ने Kalyan से नामांकन दाखिल किया, क्या लगाएंगे जीत की हैट ट्रिक?
બોટાદ જિલ્લા શાળા સંચાલક મંડળની જનરલ મીટીંગ યોજાઈ..!
બોટાદની આરસી: બ્યુરો..!
તાજેતરમાં બોટાદ જિલ્લા શાળા સંચાલક મંડળની જનરલ...
Qatar News: आठ पूर्व भारतीय नौसैनिकों को मृत्युदंड से ऐसे बचा सकती है सरकार, एडवोकेट की जुबानी जानें क्या है विकल्प
Qatar News कतर की एक अदालत द्वारा 8 पूर्व भारतीय नौसेना अधिकारियों को मौत की सजा सुनाई गई...
જસદણના ચીતલીયા રોડ પર આમ આદમી પાર્ટી દ્વારા જનસવાદ કાર્યક્રમનું આયોજન મોટી સંખ્યામાં લોકો ઉપસ્થિત
જસદણના ચીતલીયા રોડ પર આમ આદમી પાર્ટી દ્વારા જનસવાદ કાર્યક્રમનું આયોજન મોટી સંખ્યામાં લોકો ઉપસ્થિત...