মঙলবাৰে শিৱসাগৰ যুৱদলত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয় মহিলা দিহানাম প্ৰতিযোগিতা। তিনি সহস্ৰাধিক মহিলা দিহানাম পৰিবেশনেৰে দুদিনীয়া কাৰ্য্যসূচী অসমীয়া মহিলা মঞ্চৰ উদ্যোগত । প্ৰথম দিনৰ গাম্ভীৰ্যপূৰ্ণ কাৰ্য্যসূচীৰ আৰম্ভনী শিৱসাগৰ যুৱদলত। প্ৰথমটো দিনৰ কাৰ্য্যসূচী যুৱদলত আৰম্ভ হোৱাৰ পাছত নগৰৰ মাজমজিয়াত অৱস্থিত কালীপ্ৰসাদ ভৱনৰ প্ৰাঙ্গণত অৱস্থিত হ'ব দিতীয় দিনৰ কাৰ্য্যসূচী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দিপাৱলীৰ উপহাৰ : চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি হিমন্ত চৰকাৰৰ
পোহৰৰ উৎসৱ দিপাৱলীৰ আনন্দ উল্লাহৰ মাজতে অসম চৰকাৰে ৰাজ্যিক চৰকাৰী কৰ্মচাৰীসকলৰ মৰগীয়া বানচ চাৰি...
ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীৰ তত্ত্বাৱধানত বানপীড়িত ৰাইজক উদ্ধাৰ অভিযান চলাই আছে।
ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীৰ তত্ত্বাৱধানত বানপীড়িত ৰাইজক উদ্ধাৰ অভিযান চলাই আছে।
BHAVNAGAR : પદયાત્રીઓના મોતને લઈ કથાકાર મોરારી બાપુએ સહાય આપી
BHAVNAGAR : પદયાત્રીઓના મોતને લઈ કથાકાર મોરારી બાપુએ સહાય આપી
દેવગઢ બારીયા ના પત્રકારો દ્વારા અવસર લોકશાહી પર ફોટો પડાવીને મતદાન કરવા માટે અપીલ કરી
દેવગઢ બારીયા ના પત્રકારો દ્વારા અવસર લોકશાહી પર ફોટો પડાવીને મતદાન કરવા માટે અપીલ કરી
উজনি মাজুলীত কৃতি ছাত্ৰ - ছাত্ৰী সকলৰ অভিনন্দন অনুষ্ঠান
উজনি মাজুলীত কৃতি ছাত্ৰ - ছাত্ৰী সকলৰ অভিনন্দন অনুষ্ঠান উজনি মাজুলীৰ ৰতনপুৰ মিৰি উচ্চ মাধ্যমিক...