শণিবাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত বটামৰা, বৰডবা,আৰু খটখটি বাগিচাৰ গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত বিজেপি দলৰ মাহমৰা সমষ্টিৰ শক্তিকেন্দ্ৰ পৰ্য্যায়ৰ তিনি খনকৈ সভা অনুষ্ঠিত হয়। এই সভাত মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন উপস্থিত থাকে। লগতে মাহমৰা গ্ৰাম্য মণ্ডল বিজেপিৰ সভাপতি।হৰেণ গগৈ, জিলা বিজেপিৰ উপ -সভাপতি মন্তু কোঁৱৰ আৰু ৰজ কমল মহন, অগপৰ মাহমৰা সমষ্টিৰ সভাপতি পূৰ্ণানন্দ চুতীয়াকে ধৰি বহুসংখ্যক দলীয় বিষয় ববীয়া উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ভাৰতীয় মহিলা মূল ক্ৰিকেট দলত স্থান লাভেৰে অসম তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ উমা ছেত্ৰীক বোকাখাতৰ প্ৰায় ৭০টা দল-সংগঠনৰ লগতে মন্ত্ৰী অতুল বৰাই অভিনন্দন জ্ঞাপন কৰে
ভাৰতীয় মহিলা মূল ক্ৰিকেট দলত স্থান লাভেৰে অসম তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ উমা ছেত্ৰীক...
কলাই গাঁৱৰ প্ৰগতিশীল জনমঞ্চৰ প্ৰেক্ষাগৃহত আজি বিষ্ণু ৰাভা দিবসৰ স্থগিত কাৰ্যসূচী ৰূপায়ন
শ্ৰীশ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভা আৰু বিষ্ণুজ্যোতি সাংস্কৃতিক গোষ্ঠীৰ যুটীয়া উদ্যোগত আয়োজিত...
બનાસકાઠા માની મમતા ખેંચી લાવી પુત્રને@live24newsgujarat
બનાસકાઠા માની મમતા ખેંચી લાવી પુત્રને@live24newsgujarat#live24newsgujarat
#9879972983
Bulldozer Action पर Supreme Court के फैसले पर बोले Akhilesh, कहा- बुलडोजर से डर पैदा होता है
Bulldozer Action पर Supreme Court के फैसले पर बोले Akhilesh, कहा- बुलडोजर से डर पैदा होता है
हर घर तिरंगा’उपक्रमात सांस्कृतिक कार्यक्रमांवर भर द्यावा- पश्चिम क्षेत्र सांस्कृतिक केंद्र संचालक किरण सोनी गुप्ता
स्वातंत्र्याचा अमृत महोत्सव अंतर्गत राबवण्यात येणाऱ्या ‘हर घर तिरंगा’ उपक्रमाबाबत...