শণিবাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত বটামৰা, বৰডবা,আৰু খটখটি বাগিচাৰ গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত বিজেপি দলৰ মাহমৰা সমষ্টিৰ শক্তিকেন্দ্ৰ পৰ্য্যায়ৰ তিনি খনকৈ সভা অনুষ্ঠিত হয়। এই সভাত মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন উপস্থিত থাকে। লগতে মাহমৰা গ্ৰাম্য মণ্ডল বিজেপিৰ সভাপতি।হৰেণ গগৈ, জিলা বিজেপিৰ উপ -সভাপতি মন্তু কোঁৱৰ আৰু ৰজ কমল মহন, অগপৰ মাহমৰা সমষ্টিৰ সভাপতি পূৰ্ণানন্দ চুতীয়াকে ধৰি বহুসংখ্যক দলীয় বিষয় ববীয়া উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગોધરા સબજેલના કેદીએ પાવીજેતપુર તાલુકાની ભેંસાવહી હાઈસ્કૂલમાં એચએસસીની પરીક્ષાનું પેહલું પેપર આપ્યું
ગોધરા સબજેલના કેદીએ પાવીજેતપુર તાલુકાની ભેંસાવહી હાઈસ્કૂલમાં એચએસસીની પરીક્ષાનું પેહલું પેપર...
कलक्टर फोन करते-करते थक गईं, नरेश मीना ने नहीं दिया जवाब, SDM थप्पड़ कांड में एक और खुलासा
देवली उनियारा उपचुनाव में बवाल के बाद राजस्थान पुलिस निर्दलीय उम्मीदवार नरेश मीना को गिरफ्तार कर...
માજી સૈનિકો સાથે આમ આદમી પાર્ટીના નેતાઓ નો સંવાદ વધુ માહિતી માટે વિડિયો જોવો..
માજી સૈનિકો સાથે આમ આદમી પાર્ટીના નેતાઓ નો સંવાદ વધુ માહિતી માટે વિડિયો જોવો..
মাৰোৱাৰী যুৱ মঞ্চ, মৰাণহাট শাখাৰ উদ্যোগত স্বৰ্গীয় ৰাজকুমাৰ আগৰৱালা সোঁৱৰণত হিংৰিজান ৰাধা কৃষ্ণ মন্দিৰত বিশুদ্ধ তথা শীতল খোৱা পানী মেচিনৰ শুভ উদ্বোধন
শুভ নিৰ্জলা একাদশী upolokhe হিংৰিজান ৰাধা কৃষ্ণ মন্দিৰ প্ৰাংগণত মন্দিৰ পৰিচালনা সমিতিৰ আবেদন...
जर्मनी ने ड्रैगन को दिया जोरदार झटका, 5G वायरलेस नेटवर्क में चाइनीज डिवाइस किए बैन
जर्मनी ने चीन को तगड़ा झटका दिया है। अब देश के 5G वायरलेस नेटवर्क में चीनी कंपनियों द्वारा बनाए...