শুকুৰবাৰে চৰাইদেউ জিলাৰ মৰাণহাট জ্যোতিপুৰত অৱস্থিত মাহমৰা সমষ্টিৰ বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰদলৰ এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উক্ত সভাত।মাহমৰা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মহন , চৰাইদেউ জিলাৰ বিজেপিৰ উপসভাপতি ক্ৰমে মন্তু কোঁৱৰ আৰু ৰজ কমল মহন, মাহমৰা গ্ৰাম্য মণ্ডল বিজেপিৰ সভাপতি হৰেণ গগৈ , অসম।গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মহেন্দ্ৰ ফুকন, অগপৰ মাহমৰা সমষ্টিৰ সভাপতি পূৰ্ণানন্দ চুতীয়াকে ধৰি দুয়োটা দলৰে আন আন বিষয় ববীয়া সকল উপস্থিত থাকে। এই সভাতে আগন্তুক লোকসভা নিৰ্বাচনক লক্ষ্য কৰি এখন যৌথ নিৰ্বাচনী সমিতি গঠন কৰাহয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बीडमध्ये 2000 पी आर कार्ड बोगस सामाजिक कार्यकर्ते रामनाथ खोड यांचा आरोप@india report
बीडमध्ये 2000 पी आर कार्ड बोगस सामाजिक कार्यकर्ते रामनाथ खोड यांचा आरोप@india report
গোলাঘাটৰ শিহৰণকাৰী হত্যা কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ
এটা শিহৰণকাৰী হত্যা কাণ্ড
নিষ্ঠুৰ, নিদাৰুণ, নৃশংস।।
অৱশেষত আৰক্ষীয়ে...
बांग्लादेश में इस्कॉन धर्मगुरु की गिरफ्तारी से भारत नाराज:कहा- अपराधी खुलेआम घूम रहे, हक मांगने वाले जेल में
बांग्लादेश में चटगांव की मेट्रोपोलिटन मजिस्ट्रेट ने मंगलवार को इस्कॉन के धर्मगुरु चिन्मय कृष्ण...
વિરોધનું ભંડાર વડોદરાની એમ.એસ.યુનિવર્સિટી
#buletinindia #gujarat #vadodara
মঙ্গলদৈত ATMসালসলনি কৰি লুটি নিলে ১লাখ ৭০হাজাৰ টকা।দুষ্টচক্ৰৰ টাৰ্গেট সহজ সৰল অৱসৰী লোক।এজাহাৰ দাখিল
মঙ্গলদৈত ATMসালসলনি কৰি লুটি নিলে ১লাখ ৭০হাজাৰ টকা।দুষ্টচক্ৰৰ টাৰ্গেট সহজ সৰল অৱসৰী লোক।এজাহাৰ দাখিল