শুকুৰবাৰে চৰাইদেউ জিলাৰ মৰাণহাট জ্যোতিপুৰত অৱস্থিত মাহমৰা সমষ্টিৰ বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰদলৰ এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উক্ত সভাত।মাহমৰা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মহন , চৰাইদেউ জিলাৰ বিজেপিৰ উপসভাপতি ক্ৰমে মন্তু কোঁৱৰ আৰু ৰজ কমল মহন, মাহমৰা গ্ৰাম্য মণ্ডল বিজেপিৰ সভাপতি হৰেণ গগৈ , অসম।গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মহেন্দ্ৰ ফুকন, অগপৰ মাহমৰা সমষ্টিৰ সভাপতি পূৰ্ণানন্দ চুতীয়াকে ধৰি দুয়োটা দলৰে আন আন বিষয় ববীয়া সকল উপস্থিত থাকে। এই সভাতে আগন্তুক লোকসভা নিৰ্বাচনক লক্ষ্য কৰি এখন যৌথ নিৰ্বাচনী সমিতি গঠন কৰাহয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MP Election 2023: 'मैं OBC हूं, अब कह रहे हैं देश में एक ही जाति है गरीब', सतना में राहुल गांधी का PM मोदी पर वार
मध्य प्रदेश में नवंबर में विधानसभा चुनाव होने हैं। जिसे लेकर सभी पार्टियां चुनावी रैलियां कर रही...
Samsung galaxy S24 vs Galaxy S23 Series: सैमसंग की लेटेस्ट फ्लैगशिप स्मार्टफोन सीरीज कितनी हुई अपडेट, जानिए सभी डिटेल
Samsung ने लंबे इंतजार के बाद Galaxy S24 सीरीज को ग्लोबली लॉन्च कर दिया है। इसे AI-Powered फीचर्स...
*પાળીયાદમાં કિશાન મિત્ર મેળાનું આયોજન
બેંક ઓફ બરોડા સુરેન્દ્રનગર દ્વારા આજરોજ પરમ પૂજ્ય શ્રી વિસામણબાપુ ની જગ્યા વિહળધામ પાળીયાદમાં...