অসমৰ ক্ৰিকেট অনুৰাগীৰ বাবে এটা ভাল খবৰ। গুৱাহাটী অনুষ্ঠিত হ’ব টি-২০ মেচ। বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ মেচ। উক্ত শৃংখলাৰ দ্বিতীয় খন মেচ অনুষ্ঠিত হ’ব গুৱাহাটীৰ বৰ্ষাপাৰাত।