দেওবাৰে মৰাণৰ চেপন চাহবাগিচাত নিৰ্বাচনী প্ৰচাৰ চলায় ডিব্ৰুগড় লোক সভা সমষ্টিৰ এজেপি প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে মন্তব্য আগবঢ়ায় এনেদৰে "মই প্ৰান দিম বচন নিদিও আজি পুনৰ দোহাৰিছো "।মৰাণৰ চেপন চাহবাগিচাত নিৰ্বাচনী প্ৰচাৰ চলায় এনেদৰে।ইফালে ডিব্ৰুগড় লোক সভাৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোনোৱালক বিফলতাৰ খল নায়ক আখ্যা লুৰিণ জ্যোতি গগৈৰ। যুদ্ধকৰি আছো অসমৰ জণগণক যিবোৰ কথা দিছিলো সেইকথা ৰাখিবলৈ আজিও বদ্ধ পৰিকৰ।উল্লেখ যোগ্য যে চেপন চাহবাগিচাত হোৱা।নিৰ্বাচনী সভাত বহুকেইজন লোক জাতীয় পৰিষদত যোগদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Mahindra Thar Roxx को मिला बेहतरीन रिस्पांस, एक घंटे में हुईं 1.76 लाख से ज्यादा यूनिट्स बुक
देश की प्रमुख वाहन निर्माता Mahindra की ओर से Thar Roxx को अगस्त महीने में ही लॉन्च...
SIM Card New Rule: आज से बदल रहा है सिम खरीदने-बेचने का नया नियम, ये काम करने होंगे जरूरी
SIM Card New Rule आज से केवल अधिकृत डीलर ही ग्राहकों को सिम कार्ड जारी कर सकेंगे। यह सुनिश्चित...
राजस्थान BJP सहप्रभारी विजया राहटकर को उपचुनाव से पहले क्यों मिला बड़ा तोहफा? क्या हैं मायने
राजस्थान में उपचुनाव से पहले बीजेपी ने बड़ा फेरबदल किया है। राजस्थान बीजेपी की सहप्रभारी विजया...
ડીસા માં બિલ્ડરો એ નાયબ કલેકટર ને આવેદનપત્ર આપી રજૂઆત કરી..
ડીસા માં બિલ્ડર એસોસિયેશન ની રજુઆત..
નાયબ કલેકટર ને આવેદનપત્ર આપી રજુઆત...
ধৰ্মীয় মৌলবাদী শক্তি সমূহক উৎখাত কৰাৰ দাৱীত গুৱাহাটীতো প্ৰতিবাদ গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ অসমৰ
ধৰ্মীয় মৌলবাদী শক্তি সমূহক উৎখাত কৰাৰ দাৱীত গুৱাহাটীতো প্ৰতিবাদ গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ অসমৰ