দেওবাৰে চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদাঙীয়াত মৰাণ-নাহৰকটীয়া পথত চলোৱা তালাচী অভিযানত দুজন ব্যক্তিৰ পৰা মুঠ ৪,৩০,৪০০ টকা জব্দ কৰে SSTয়ে। উল্লেখযোগ্য যে নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পাছতে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো তৎপৰ হৈ পৰিছে নিৰ্বাচন আয়োগ।চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষীৰ সহযোগত ৰাইদাঙীয়াত SST য়ে চলোৱা এই তালাচী অভিযানত শিৱসাগৰৰ দুজন ব্যক্তিৰ পৰা ক্ৰমে একলাখ আৰু তিনিলাখ ত্ৰিশ।হেজাৰ চাৰিশ টকা জব্দ কৰে। জব্দ কৰা টকা সমুহ SSTয়ে নথিপত্ৰ পৰীক্ষাৰ বাবে চৰাইদেউ জিলাৰ আয়ুক্তলৈ প্ৰেৰণ কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MCN NEWS| चिंचडगाव येथे चक्क! कारमधून बकऱ्यांची चोरी
MCN NEWS| चिंचडगाव येथे चक्क! कारमधून बकऱ्यांची चोरी
Adhir Ranjan ने China को लेकर क्या कहा? Rajnath Singh ने गुस्से में दे दिया जवाब
Adhir Ranjan ने China को लेकर क्या कहा? Rajnath Singh ने गुस्से में दे दिया जवाब
Chinese Dari seized from two traders from Thara | થરામાંથી બે વેપારીઓ પાસેથી ઝડપાઈ ચાઇનીઝ દારી
Chinese Dari seized from two traders from Thara | થરામાંથી બે વેપારીઓ પાસેથી ઝડપાઈ ચાઇનીઝ દારી
Gold Price Today, 15 March 2023: सातवें आसमान से गिरा सोना, दिल्ली-मुंबई-जयपुर से इंदौर तक ये है रेट
अगर आप भी सोना, चांदी या फिर इसके गहने खरीदना चाहते हैं तो आपके लिए जरूरी खबर है। दो दिनों की...