কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে বেংক কৰ্মচাৰী প্ৰতিবাদ ৷বেঙ্ক ব্যক্তিগত কৰণত বিৰোধিতা কৰ্মচাৰীৰ ৷কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে জনমত গঠনৰ উদেশ্যৰে সজাগতা মুলক যাত্ৰা ৷কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলোবোৰ চৰকাৰী বেঙ্ক ব্যক্তিগত কৰণৰ যি প্ৰস্তাৱ আনিছে তাৰ বিৰোধিতা কৰিলে বেঙ্ক কৰ্মচাৰী সকলে ৷ বেঙ্ক কৰ্মচাৰী সকলৰ অভিযোগ চৰকাৰী বেঙ্ক সমুহৰ পৰা গাঁৱেভূঞে জনসাধাৰণে যি সুবিধা লাভ কৰি আছে বেঙ্ক সমুহ ব্যক্তিগত কৰণ হ’লে সকলো সুবিধাৰ পৰা বঞ্চিত জনসাধাৰণ ৷আজি বেঙ্ক কৰ্মচাৰীৰ এটি সজাতি দলে জনমত গঠনৰ উদেশ্য দৰং জিলাত প্ৰবেশ কৰে আৰু সজাগতা মুলক ৰেলিৰ অন্তত দিল্লীৰ জন্তৰমন্তৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জনাই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
चंपाई सोरेन JMM के 3 MLA के साथ दिल्ली रवाना:बीजेपी नेताओं से मिलेंगे
झारखंड के पूर्व सीएम चंपाई सोरेन 3 विधायकों के साथ दिल्ली रवाना हो गए है। बताया जा रहा है दोपहर...
जयपुर में हेरिटेज निगम ने 6 बिल्डिंगों को किया सीज:नियमों के विपरीत किया जा रहा था अवैध निर्माण
जयपुर में मंगलवार को अवैध निर्माण और अतिक्रमण के खिलाफ हेरिटेज नगर निगम ने बड़ा एक्शन लिया। नगर...
કરોડોની દરગાહ ની જમીન હડપનારાઓ સામે થશે કાર્યવાહી વકફબોર્ડની મિલ્કતને સસ્તા ભાવમાં વહેચી નાખનારા વિરૂધ્ધ કાયદાકીય ગાળીયો ખેંચાશે
ટ્રસ્ટની કિંમતી જમીન આખરે કંઈરીતે અન્ય ખાતેદારના ખાતે ચડે એ પણ મડાગાંઠ ઉકલવી જરૂરી
કોણ...
কৃষকৰ উন্নতি মানেই দলগাঁও সমষ্টিৰ উন্নতি
কৃষকৰ উন্নতি মানেই দলগাঁও সমষ্টিৰ উন্নতি
સીટી પોલીસ સ્ટેશનની ટીમ દ્વારા ચોરીનો ગુનો આચરતા આરોપીને ઝડપી પાડ્યો
સીટી પોલીસ સ્ટેશનની ટીમ દ્વારા ચોરીનો ગુનો આચરતા આરોપીને ઝડપી પાડ્યો