ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত মৰাণ আৰক্ষী চক্ৰ পৰিদৰ্শক প্ৰভাত শইকীয়াৰ লগত মত বিনিময় কৰে মৰাণ নাগৰিক সমিতিৰ সভাপতি পবিত্র চুতীয়া আৰু শান্তি সমিতিৰ সভাপতি খগেন ভৰালী, মৰাণ নগৰ ভিডিপিৰ সম্পাদক মিলু খান, ব্যৱসায়ী আৰু সাংবাদিক যদুনাথ পুৰিয়ে । বৃহত্তৰ মৰাণ অঞ্চলৰ অপৰাধ জনিত ঘটনা আৰু নিচা জাতীয় ব্যৱসায় বন্ধ কৰাৰ সন্দৰ্ভত আলোচনা কৰে । এই সময়ছোৱাত নৱনিযুক্ত আৰক্ষী চক্ৰ পৰিদৰ্শক প্ৰভাত শইকীয়াক ফুলাম গামোচাৰে আদৰনি জনোৱা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સનફાર્મા રોડ સનસાઈન પ્લે સ્કુલ ફેશન શોનું આયોજન 2022 | Spark Today News Vadodara
સનફાર્મા રોડ સનસાઈન પ્લે સ્કુલ ફેશન શોનું આયોજન 2022 | Spark Today News Vadodara
AAJTAK 2 | J&K से सामने आई बर्फबारी की खूबसूरत तस्वीरें,बर्फ में मस्ती करते नजर आए सैलानी ! | AT2
AAJTAK 2 | J&K से सामने आई बर्फबारी की खूबसूरत तस्वीरें,बर्फ में मस्ती करते नजर आए सैलानी ! |...
Farmers Protest : सिंघू बॉर्डर पर प्रदर्शन कर रहे किसान आंसू गैस से बचने को क्या-क्या कर रहे हैं?
Farmers Protest : सिंघू बॉर्डर पर प्रदर्शन कर रहे किसान आंसू गैस से बचने को क्या-क्या कर रहे हैं?