ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত মৰাণ আৰক্ষী চক্ৰ পৰিদৰ্শক প্ৰভাত শইকীয়াৰ লগত মত বিনিময় কৰে মৰাণ নাগৰিক সমিতিৰ সভাপতি পবিত্র চুতীয়া আৰু শান্তি সমিতিৰ সভাপতি খগেন ভৰালী, মৰাণ নগৰ ভিডিপিৰ সম্পাদক মিলু খান, ব্যৱসায়ী আৰু সাংবাদিক যদুনাথ পুৰিয়ে । বৃহত্তৰ মৰাণ অঞ্চলৰ অপৰাধ জনিত ঘটনা আৰু নিচা জাতীয় ব্যৱসায় বন্ধ কৰাৰ সন্দৰ্ভত আলোচনা কৰে । এই সময়ছোৱাত নৱনিযুক্ত আৰক্ষী চক্ৰ পৰিদৰ্শক প্ৰভাত শইকীয়াক ফুলাম গামোচাৰে আদৰনি জনোৱা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
માલવણના કામલપુર ફાયરિંગ ની ઘટના અંગે પોલીસનું ડ્રોન કેમેરાથી કોમ્બિંગ: ત્રણ ની અટક કરવામાં આવી
માલવણના કામલપુર ફાયરિંગ ની ઘટના અંગે પોલીસનું ડ્રોન કેમેરાથી કોમ્બિંગ: ત્રણ ની અટક કરવામાં આવી
Best Honda Sports Bike: ये हैं होंडा की सबसे बेस्ट स्पोर्ट्स बाइक, इंजन और लुक दोनों दमदार
Top Honda Sports Bike होंडा की स्पोर्ट्स बाइस शुरू से ही लोगों में कॉफी पॉपुलर हैं। इनकी...
Farmers Protest : अखिलेश यादव ने किसानों की मांग का किया समर्थन | Samajwadi Party | Akhilesh Yadav
Farmers Protest : अखिलेश यादव ने किसानों की मांग का किया समर्थन | Samajwadi Party | Akhilesh Yadav
তেজপুৰত মাদ্ৰাছাৰ পৰা সন্ধানহীন ২ ছাত্ৰ
তেজপুৰত মাদ্ৰাছাৰ পৰা সন্ধানহীন ২ ছাত্ৰ৷ ছাত্ৰদ্বয় হৈছে - মুছাৰ্দুৰ ৰহমান (মুন) আৰু আলহাজ মুছিদুৰ...
ડીસા-પાટણ હાઇવે થયો બ્લોક:ભારે વાવાઝોડા અને વરસાદને પગલે વૃક્ષ ધરાશયી થતા માર્ગ બંધ
ડીસા-પાટણ હાઇવે થયો બ્લોક:ભારે વાવાઝોડા અને વરસાદને પગલે વૃક્ષ ધરાશયી થતા માર્ગ બંધ