৯৯ নং মাজুলী বিধান সভা সমষ্টিৰ বিধায়ক ভুৱন গামে আজি জিলা খনৰ অন্তৰ্গত যদিও মাজুলীৰ মুল ভূখণ্ডৰ পৰা পৃথক হৈ থকা আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰি অঞ্চল পৰিভ্ৰমণ কৰে ৷ বিধায়ক ভুৱন গামে আঁহতগুৰি গাঁও পঞ্চায়ত 'সামুহিক ভৱনত' এখন সভাত অংশ গ্ৰহন কৰি পঞ্চায়ত দুখনৰ বাসিন্দা সকলক আজাদী কা অমৃত মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে জাতীয় পতাকা ঘৰত উত্তলন কৰিবলৈ আহ্বান জনাই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Under construction Aguwani - Sultanganj bridge in Bihar's Bhagalpur collapsed.
Under construction Aguwani - Sultanganj bridge in Bihar's Bhagalpur collapsed. This is the second...
BiG BREAKNG ભાવનગર જીલ્લા માં કયા બની છે ફાયરીગ ની ધટના
BiG BREAKNG ભાવનગર જીલ્લા માં કયા બની છે ફાયરીગ ની ધટના
૧૮૬.૮૯૦ ગ્રામ મેફેડ્રોન (એમ.ડી) કિ.રૂ. ૧૮,૬૮,૯૦૦/- ના જથ્થા સાથે એક
ઇસમને ઝડપી પાડતી અમદાવાદ શહેર, ક્રાઈમ બ્રાન્ચ
અમદાવાદ શહેર, ક્રાઇમ બ્રાન્ચના અધિક પોલીસ
ક્રાઇમ બ્રાન્ચનાં પોલીસ ઇન્સપેક્ટરશ્રી, પી.બી.દેસાઇ, ની ટીમના
પો.સબ.ઇન્સશ્રી આઇ.એસ.રબારી તથા...
সোণাৰি সমষ্টিত আঠ বছৰে সম্পূৰ্ণ নহ'ল এখন দলঙৰ নিৰ্মাণ
চৰাইদেউ জিলা সোণাৰি সমষ্টিৰ সৈতে মাহমৰা সমষ্টি সংযোগী দিচাং নদীৰ ওপৰত নিৰ্মাণ কৰিব লোৱা এখন দলঙৰ...
পঠালিপাহাৰত মৃতদেহ উদ্ধাৰ
নাৰায়ণপুৰৰ পথালিপাহাৰত মৃতদেহ উদ্ধাৰ। অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলটো ৰেলপথৰ কাষতে উদ্ধাৰ হৈছে...