আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি শোনিতপুৰৰ চাৰিদুৱাৰত বিজেপিৰ যুৱ মৰ্চাৰ বাইক ৰেলী।"আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ঘৰে ঘৰে ত্ৰিৰংগা ৰ্শীৰ্ষক কাৰ্যসূচীৰ অধীনত চতিয়া সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰত বিজেপিৰ যুৱ মৰ্চাই এক বাইক ৰেলী বাহিৰ কৰে। চাৰিদুৱাৰ যুৱ মৰ্চাৰ সভাপতি ফনিন্দ্ৰ বৰুৱাৰ নেতৃত্বত চাৰিদুৱাৰ জিলা পৰিষদৰ অন্তৰ্গত অঞ্চলত বাইক ৰেলীয়ে ভ্ৰমণ কৰা হয়।দেশৰ গৌৰৱোজ্বল ৭৫ বছৰ দেশৰ স্বাধীনতা দিৱসৰ উপলক্ষে অঞ্চলটোৰ প্ৰত্যেক ঘৰৰ নাগৰিকে একোখনকৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা লগতে দেশৰ প্ৰতি শ্ৰদ্ধাশিল হবলৈ আহ্বান জনাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मेहकरी धरणाच्या उजव्या व डाव्या कालव्यातून पाणी उपळून निघते त्या पाण्यामुळे १०० हेक्टर जमिनीवरील पिकांचे झाले नुकसान
मनसेच्या वतीने दिले पाटबंधारे विभागाला निवेदन
आष्टी। प्रतिनिधी ...
વઢવાણ જીઆઇડીસી માં એલસીબી ટીમનો દરોડો:4 શખ્સ રોકડા, મોબાઇલ, કાર સહિત રૂ. 5.43 લાખના મુદ્દામાલ સાથે ઝડપાયા
સુરેન્દ્રનગર એલસીબી ટીમ શહેર વિસ્તારમાં હોવા દરમિયાન જુગાર અંગે બાતમી મળી હતી. આથી વઢવાણ જીઆઇડીસી...
चक्क दारू पिऊन शिक्षक पोहचले शाळेत आणि पुढं तर... | Viral Video | HPN Marathi NEWS
चक्क दारू पिऊन शिक्षक पोहचले शाळेत आणि पुढं तर... | Viral Video | HPN Marathi NEWS
Prajwal Revanna Scandal: विदेश फरार Prajwal Revanna को JDS ने किया सस्पेंड, जांच कर रही है SIT
Prajwal Revanna Scandal: विदेश फरार Prajwal Revanna को JDS ने किया सस्पेंड, जांच कर रही है SIT