স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ দুটা দিন বাকী। সগৌৰৱেৰে আকৌ এবাৰ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সাজু প্ৰতিজন ভাৰতবাসী। আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তঃত দেখা গৈছে বিভিন্ন সজাগতামূলক সমদল। দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ NCC ছাত্ৰ সকলে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলনৰ বাবে সজাগতা মূলক সমদল উলিওৱা দেখা গৈছে। চাইকেলেৰে ডিকেডি কলেজৰ পৰা গোলাঘাট দিশে পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰে প্ৰায় ৩০ কিলোমিটাৰ অতিক্ৰম কৰে এই সজাগতামূলক সমদল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કૂવામાં કૂદીશ પણ કોંગ્રેસમાં નહીં જોડાઈશ…ખરાબ દિવસોમાં રસ્તો ન ફેરવવો જોઈએ: નીતિન ગડકરી
ભાજપના સંસદીય બોર્ડમાંથી હાંકી કાઢવામાં આવેલા કેન્દ્રીય મંત્રી નીતિન ગડકરીએ નાગપુરમાં એક...
বাদুলিপাৰৰ তাজমিন কচিং চেন্টাৰত ব্যতিক্ৰমীভাৱে ছাত্ৰ-ছাত্ৰী সকলে উদযাপন কৰিলে শিক্ষক দিৱস
বাদুলিপাৰৰ তাজমিন কচিং চেন্টাৰত ব্যতিক্ৰমীভাৱে ছাত্ৰ-ছাত্ৰী সকলে উদযাপন কৰিলে শিক্ষক দিৱস ৷...
सोशल मीडिया पर अमानगंज की स्वच्छता"
सोशल मीडिया पर अमानगंज की स्वच्छता"
પાલનપુરમાં ભાઇની હત્યામાં મોટાભાઇ ભાભીની અટકાયત કરી પૂછપરછ કરાઇ
પાલનપુરમાં ગુરૂવારે કોલેજ કંમ્પાઉન્ડ વિસ્તારમાં જાહેર નાનાભાઈની હત્યા માં હત્યારા ભાઇ-ભાભીને...