স্বাধীনতাৰ ৭৫ বছৰীয়া দিৱস উপলক্ষে চৰকাৰে দেশবাসীক স্বাধীনতা সংগ্ৰামৰ বিৰল ইতিহাস স্মৰণ কৰাৰ উদ্দেশ্যেৰে বিভিন্ন কাৰ্যসূচী পালন কৰিছে । দেশবাসীৰ মাজত দেশপ্ৰেম জাগ্ৰত কৰাৰ উদ্দেশ্যেৰে ৰূপায়ন কৰা ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচী মৰিগাঁৱৰ নটুৱাগাও বাপুজী মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰছাত্ৰী আৰু শিক্ষয়িত্ৰী সকলেও ৰূপায়ণ কৰে । ছাত্ৰছাত্ৰী, শিক্ষয়িত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে হাতে হাতে ত্ৰিৰংগা লৈ ঘৰে ঘৰে ত্ৰিৰংগা শোভাযাত্ৰা কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अमरीका की महिला से रेप मामले में आरोपी वकील गोली लगने से हुआ घायल, जानें पूरा मामला
अमरीका के फ्लोरिडा शहर की रहने वाली महिला ने अजमेर के एक वकील पर उसके साथ जयपुर व अजमेर में...
બાલાસિનોર સંચાલિત હેલ્પિંગ હેન્ડ હોસ્પિટલ દ્વારા મેડીકલ કેમ્પ નું આયોજન કરવામાં આવ્યું
તારીખ :- 30/10/2022 ના રોજ હેલ્પીંગ હેન્ડ ચેરીટેબલ ટ્રસ્ટ , બાલાસિનોર સંચાલિત હેલ્પીંગ હેન્ડ...
বিহপুৰীয়াত আৰু নাথাকিব নিৱনুৱা
বিহপুৰীয়া বিধানসভা সমষ্টিত সূচনা হৈছে কৃষি বিপ্লৱৰ। সমষ্টিৰ নিৱনুৱা যুৱক-যুৱতীক লৈ গঠন হোৱা বীৰ...
Draupadi Murmu Birthday: सत्ताशीर्ष से अंतिम छोर पर बैठे आमजन तक समरसता का सेतु बनीं राष्ट्रपति मुर्मु
नई दिल्ली, सत्ताशीर्ष से देश के अंतिम छोर पर बैठे हुए आमजन तक जब भावना, समरसता और प्रेम का सेतु...