ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত লাচিত নগৰত মৰাণ নিউ লাইফ হাৰ্টফাউণ্ডেচননিচামুক্তি কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়। মাদক দ্ৰব্য ড্ৰাগচ আৰু অন্যান্য নিচা সম্বন্ধীয় সমস্যা সমাধানৰ বাবে যুৱক যুৱতীক নিচাৰ পৰা মুক্তি দিয়াবৰ বাবে উক্ত নিচামুক্তি কেন্দ্ৰ মৰাণত আৰম্ভ কৰা হৈছে।গ্ৰাম্য সাংবাদিক সন্থা অসমৰকেন্দ্ৰীয় সমিতিৰ সভাপতি ত্ৰৈলোক্য চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত স্থানীয় সমাজ সেৱী নৃপেন বৰুৱাই এই অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে। এই অনুষ্ঠানটিত সমাজ সেৱিকা দেৱযানী দিহিঙ্গীয়া, ৰাজেন বুঢ়াগোহাঁই, ঘনকান্তভূঞা, পৱিত্ৰ মোহন, প্ৰানজিত গোহাঁইকে প্ৰমুখ্য কৰি স্থানীয় বহুলোক উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જસદણ કોંગ્રેસ ઉમેદવાર ભોળાભાઈ ગોહિલ વીડિયો વાયરલ થયો
જસદણ કોંગ્રેસ ઉમેદવાર ભોળાભાઈ ગોહિલ વીડિયો વાયરલ થયો
দেশৰ নিৰ্বাচনী আয়োগে প্ৰকাশ কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা
ৰাজ্যৰ ১৯ টাকৈ বিধানসভা সমষ্টিৰ নাম সলনিসলনি হ'ল এটা লোকসভা সমষ্টিৰ নাম দেশৰ নিৰ্বাচনী আয়োগে...
মঙ্গলদৈৰ বিভিন্ন কাৰ্যালয় সমূহ ৰং বিৰঙী লাইটেৰে সজাই তুলিছে
মঙ্গলদৈৰ বিভিন্ন কাৰ্যালয় সমূহ ৰং বিৰঙী লাইটেৰে সজাই তুলিছে এয়া মঙ্গলদৈ সদৰ আৰক্ষী থানা দৃশ্য।
ધોરાજીની શ્રી કૃષ્ણ ગૌશાળા અને નિસ્વાર્થ સેવા સંસ્થા ગાયોની વાહરે | BS9 TV NEWS
ધોરાજીની શ્રી કૃષ્ણ ગૌશાળા અને નિસ્વાર્થ સેવા સંસ્થા ગાયોની વાહરે | BS9 TV NEWS