ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত লাচিত নগৰত মৰাণ নিউ লাইফ হাৰ্টফাউণ্ডেচননিচামুক্তি কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়। মাদক দ্ৰব্য ড্ৰাগচ আৰু অন্যান্য নিচা সম্বন্ধীয় সমস্যা সমাধানৰ বাবে যুৱক যুৱতীক নিচাৰ পৰা মুক্তি দিয়াবৰ বাবে উক্ত নিচামুক্তি কেন্দ্ৰ মৰাণত আৰম্ভ কৰা হৈছে।গ্ৰাম্য সাংবাদিক সন্থা অসমৰকেন্দ্ৰীয় সমিতিৰ সভাপতি ত্ৰৈলোক্য চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত স্থানীয় সমাজ সেৱী নৃপেন বৰুৱাই এই অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে। এই অনুষ্ঠানটিত সমাজ সেৱিকা দেৱযানী দিহিঙ্গীয়া, ৰাজেন বুঢ়াগোহাঁই, ঘনকান্তভূঞা, পৱিত্ৰ মোহন, প্ৰানজিত গোহাঁইকে প্ৰমুখ্য কৰি স্থানীয় বহুলোক উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bihar Politics: 'आसानी से तख्तापलट नहीं होने देंगे',Nitish Kumar को लेकर Tejashwi Yadav का बड़ा बयान
Bihar Politics: 'आसानी से तख्तापलट नहीं होने देंगे',Nitish Kumar को लेकर Tejashwi Yadav का बड़ा बयान
ત્રમ્બકેશ્વર મહાદેવના સાનિધ્યમાં ત્રિવેણી ઘાટપર શનેસ્વરી અમાવાસ ના દિવસે પિતૃ તર્પણ માનવમેરામણ ઉમટીઓ
ત્રમ્બકેશ્વર મહાદેવના સાનિધ્યમાં ત્રિવેણી ઘાટપર શનેસ્વરી અમાવાસ ના દિવસે પિતૃ તર્પણ માનવમેરામણ ઉમટીઓ
India Vs Canada Row: दुनिया के सामने कैसे एक्सपोज हो गए Justin Trudeau | PM Modi | Aaj Tak
India Vs Canada Row: दुनिया के सामने कैसे एक्सपोज हो गए Justin Trudeau | PM Modi | Aaj Tak
औंढा नागनाथ तालुक्यातील लंपी प्रदुभाव रोगाचे लसीकरण 95 टक्के पूर्ण
औंढा नागनाथ तालुक्यातील लंपी प्रदुभाव रोगाचे लसीकरण 95 टक्के पूर्ण
औंढा नागनाथ...