৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিলাসীপাৰা চহৰত মহকুমা প্ৰশাসনৰ উদ্যোগত বিশাল বাইক ৰেলী। "আজাদী কা অমৃত মহোৎসৱ" ৰ লগত সংগতি ৰাখি ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিলাসীপাৰা পৌৰসভা আৰু বিলাসীপাৰা মহকুমা প্ৰশাসনৰ যৌথ উদ্যোগত উলিওৱা হয় এই বাইক ৰেলী। অহা ১৩, ১৪ আৰু ১৫ আগষ্টত ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কাৰ্যসূচী সূচাৰূপে সমাপন কৰিবলৈ বিলাসীপাৰাৰ জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যৰে পৌৰসভা আৰু মহকুমা প্ৰশাসনে বাহিৰ কৰে উক্ত বাইক ৰেলী। এই বাইক ৰেলী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিৱানী, মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰা, চক্ৰ বিষয়া আৰু আৰক্ষী বিষয়াৰ লগতে বিলাসীপাৰা পৌৰসভাৰ বিভিন্ন পৰ্যায়ৰ কৰ্ম কৰ্তা সকল।*_
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पमरे में औसतन प्रतिदिन 300 से अधिक कोचों की बाहरी धुलाई ऑटोमेटिक कोच वॉशिंग प्लांट से
कोटा
पश्चिम मध्य रेल प्राइमरी मेंटेनेंस के लिए पर्यावरण संरक्षण के अनुकूल आधुनिक मशीनों की...
How Smart Phone is Changing your Brain ? | Him eesh Madaan
How Smart Phone is Changing your Brain ? | Him eesh Madaan
নাৰায়ণপুৰত গ্ৰীষ্মকালীন সত্ৰীয়া নৃত্যৰ কৰ্মশালা
মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰত বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ সময় চোৱাত প্ৰতিবছৰে অনুষ্ঠিত হৈ...
বিদ্যাঞ্জলী আঁচনি আৰু বিদ্যালয় বন্ধ কৰাকলৈ মন্ত্ৰী যোগেন মহনৰ তাৎপৰ্যপূৰ্ণ মন্তব্য
বিদ্যাঞ্জলী আঁচনি আৰু বিদ্যালয় বন্ধ কৰাকলৈ মন্ত্ৰী যোগেন মহনৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। বিদ্যাঞ্জলী...
Cars with Air Purifier: दिल्ली के प्रदूषण के बीच चलाएं ये कारें, इस फीचर से मिलेगी साफ हवा
दिल्ली एनसीआर (Delhi NCR) में Diwali 2024 से पहले प्रदूषण (Pollution in Delhi) काफी...