সোণাৰি পৌৰসভাৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী।

সোণাৰি পৌৰসভাৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী।

ঘৰে ঘৰে ত্ৰিৰংগাৰ সজাগতা বৃদ্ধি কৰিবলৈ এই কাৰ্যসূচী।

সোণাৰি পৌৰসভাৰ জনসাধাৰণৰ লগতে ই-ৰিক্সা সন্থাৰ সহযোগ।

সোণাৰি নগৰৰ প্ৰতিটো প্ৰান্তৰ পথতে পদযাত্ৰা কৰি ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী।