১৯৪ নং সোণাৰি নগৰ প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত প্ৰভাতফেৰী অনুষ্ঠিত।

আজাদি কা অমৃত মহোৎসৱ উপলক্ষে সোণাৰিত প্ৰভাত ফেৰী কাৰ্যসূচী ৰূপায়ন।

১৯৪ নং সোণাৰি নগৰ প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত প্ৰভাতফেৰী অনুষ্ঠিত।

সমগ্ৰ দেশে ৭৫ সংখ্যক আজাদি কা অমৃত মহোৎসৱ পালন কৰিছে। ১৯৪ নং সোণাৰি নগৰ প্ৰাথমিক বিদ্যালয়ত প্ৰভাত ফেৰী৷ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ অংশগ্ৰহণ। বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মফিদা বেগমৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকেও অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত এই অনুষ্ঠানত সোণাৰি পৌৰসভাৰ উপ পৌৰপতি স্বাক্ষৰ জ্যোতি গগৈ উপস্থিত থাকে। ইফালে এই বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা বৰ্তমানৰ তিনিজনকৈ শিক্ষক শিক্ষয়িত্ৰীৰ এই কৰ্মসূচীত অংশগ্ৰহণ কৰে।