বৰ্ষ ১৮২০ত স্থাপিত ৰহা দীঘলদৰি ৯৮নং প্ৰাথমিক বিদ্যালয় ত পুৰস্কাৰ বিতৰণ আৰু বিদাই সম্বৰ্ধনা সভা ২৩ ফেব্ৰুবাৰীত সম্পন হয়।

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

 ৰহা কপিলী শিক্ষা প্ৰখণ্ড ৰ অন্তৰ্গত      দীঘলদৰি প্ৰাথমিক বিদ্যালয়ত যোৱা ২৩ ফেব্ৰুৱাৰীত বিদ্যালয় ৰ প্ৰধান শিক্ষক ইন্দ্ৰ মোহন দাসৰ সভাপতিত্বত অনুষ্ঠিত হোবা বাৰ্ষিক খেলধেমালি প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ আৰু পঞ্চম শ্ৰেনীৰ ছাত্ৰ ছাত্ৰী ৰ বিদাই সম্বৰ্ধনা সভাত ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা মুখ্য অতিথি ৰূপে আৰু বেচাপতি প্ৰাথমিক বিদ্যালয় ৰ প্ৰধান শিক্ষক ভাস্কৰ পাতৰ উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক সম্বোধন কৰাৰ লগতে বিদ্যালয়ৰ বাৰ্ষিক খেলধেমালি প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীক পুৰস্কাৰ প্ৰদান কৰাৰ লগতে পঞ্চম শ্ৰেনীৰ ছাত্ৰ ছাত্ৰী ক বিদায়ী সম্বৰ্ধনা জনোৱা হয়।

 বিদায়ী ছাত্ৰ ছাত্ৰী সকলে সভাত বক্তব্য আগবঢ়াই সকলোকে আবেগিক কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলে গীত নৃত্য পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।

   সভাত বিদ্যালয়ৰ সহ শিক্ষয়ত্ৰী দ্বয় মুনমী দাস আৰু হিমাদ্ৰী শইকিয়া সহ কন কন ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।