মৰাণ ৰাজহ চক্ৰ বিষয়া ড°সংগীতা শৰ্মাক মিছন।বসুন্ধৰা কাম সফল ভাৱে।ৰূপায়ণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।উল্লেখ্যযে অসম চৰকাৰৰ অভিলাষী আঁচনি মিছন বসুন্ধৰাৰ কাম নিয়াৰিকৈ সময় মতে সম্পন্ন কৰাৰ বাবে ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়া সংগীতা শৰ্মাক শুকুৰ বাৰে গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশেষভাৱে সম্বৰ্ধনা জনাই। এই সময়ছোৱাত ৰাজহ মন্ত্ৰী যোগেন মহনকে প্ৰমুখ্যে কৰি বিভাগীয় কতৃপক্ষ আৰু বিষয় ববীয়া উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Elon Musk को Mr Beast ने किया 'इग्नोर', पता है इस Youtuber की कमाई कितनी है?
Elon Musk को Mr Beast ने किया 'इग्नोर', पता है इस Youtuber की कमाई कितनी है?
साइबर सिक्योरिटी के लिए सरकार ने बनाए नए नियम, 6 घंटे के भीतर टेलीकॉम कंपनियों को देनी होगी घटना की जानकारी
एक महत्वपूर्ण निर्णय में सरकार ने दूरसंचार अधिनियम के तहत नए नियमों को अधिसूचित किया है। नए नियम...
আঙুৰলতা ডেকাৰ শেহতীয়া মন্তব্যত ভাইৰেল সামাজিক মাধ্যম
বিজেপী নেত্ৰী আঙুৰলতা ডেকাৰ শেহতীয়া এটা মন্তব্যই তোলপাৰ লগাইছে সামাজিক মাধ্যমত ।
বিজেপী...
ડીસા નજીક યુવક પર ચાર શખ્સોએ જીવલેણ હુમલો કરતાં ચકચાર
ડીસા શહેરના ગવાડી વિસ્તારમાં રહેતા યુવકને ચાર શખ્સોએ જૂની અદાવત રાખી પાલનપુર હાઇવે પર કલ્યાણપુરા...