গুৱাহাটীৰ সোণাপুৰ ক্ৰীড়া সংস্হাৰ খেলপথাৰত অনুষ্ঠিত হোৱা ১৪ বছৰ অনুৰ্ধ্বৰ পিলিক চৌধুৰী আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতাত ধেমাজি জিলা দল প্ৰথমবাৰৰ বাবে চেম্পিয়ন হৈছে ৷ আজি অনুষ্ঠিত হোৱা ফাইনেল খেলত ধেমাজি জিলা দলে যোৰহাট জিলা দলক ২-০ গলৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ বিজয়ী দলটোৰ হৈ গল দুটা দিয়ে ফাইনেল খেলৰ শ্ৰেষ্ঠ খেলুৱৈ দেৱজিৎছা স্বৰ্গীয়াৰীয়ে ৷ উল্লেখনীয় যে পিলিক চৌধুৰী ফুটবল প্ৰতিযোগিতাত ধেমাজি জিলা দলৰ হৈ গোগামুখ নলবাৰী হাইস্কুলে প্ৰতিনিধিত্ব কৰিছিল আৰু ইয়াত মুখ্য প্ৰশিক্ষক হিচাপে আছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটিক প্ৰশিক্ষক তথা গোগামুখ স্পৰ্ট একাডেমীৰ মুখ্য প্ৰশিক্ষক গেৰেম দৈমাৰী আৰু সহকাৰী প্ৰশিক্ষক হিচাপে আছিল ৰূপক বসুমতাৰী ৷ উল্লেখনীয় যে, ধেমাজি জিলা দৰ লগত মুখমুখি হোৱা কোনো এটা দলে প্ৰতিযোগিতাখনত ধেমাজি জিলা দলক এটাও গল দিব নোৱাৰিলে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસામાં મિત્રો પાસેથી ઉછીના નાણાં લઇ પરત ન આપનાર આરોપીને કોર્ટ ચેક રીટર્ન કેસમાં બે વર્ષની સજાનો હુકમ ફટકાર્યો
ડીસામાં મિત્રો પાસેથી ઉછીના નાણા લઈ પૈસા પરત ના આપી છેતરપિંડી આચરનાર કેસમાં નામદાર કોર્ટે આરોપીને...
এপিএচচিত ৩০১ৰেং প্ৰাপক দীপ ৰঞ্জন কাকতিক ৰহা সূৰ্যৱতী শাখা সাহিত্য সভাৰ সম্বৰ্ধনা জ্ঞাপন।।
সদ্য ঘোষিত এপিএচচি পৰীক্ষাত সহকাৰী গাননীক বিষয়া পদত ৩০১ৰেং লৈ ৰহা ল গৌৰব কঢিয়াই অনা ৰহা গডমাৰী...
किन विवादों में फंस गए राजेंद्र गुढ़ा, मुख्यमंत्री को लेकर बोले- 'मेरा जो बिगाड़ना है वह बिगाड़ लें'
गहलोत सरकार में लाल डायरी को लेकर सबसे अधिक चर्चाओं में रहे पूर्व मंत्री राजेंद्र गुढ़ा इन दिनों...