নামনি মাজুলীৰ বিশিষ্ট জৈৱীক কৃষক দ্বীপজ্যোতি বহুমুখীজৈৱিক ফাৰ্মমৰ স্বৰ্তাধিকাৰী দীপক দলেক আজি নগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত এখন আয়ম্বৰপূৰ্ণ সভাত ' কিষাণ শিৰোমণি বঁটা -২০২২ ' প্ৰদান কৰে ৷ যোৱা ৮ আৰু ৯ আগষ্টত নগাঁও মহাবিদ্যালয়ত Society for Biotic and Environment Research য়ে আয়োজন কৰা Biotic Science Congress 2022 আৰু আন্তঃ চেমিনাৰ International Conference on Recent Advances in Agriculture , Biological and Applied Science Research কতৃপক্ষই মাজুলীৰ এই আৰ্দশ কৃষক জনক এই বঁটা প্ৰদান কৰে ৷কৃষক দীপক দলেয়ে জৈৱিক পদ্ধতিৰে বিভিন্ন কৃষি উৎপাদন বিশুদ্ধ আৰু পুষ্টিকৰ শাক-পাচলি , ৰঙা চাউলৰ কৃষি কৰি এক সুন্দৰ নজিৰ সৃষ্টি কৰাৰ লগতে স্বৱলম্বৰ উৎকৃষ্ট নিৰ্দশন তুলি ধৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસાના ઉમેદવાર પ્રવીણ માલીની ભવ્યાતિ ભવ્ય રેલી..
ડીસાના ઉમેદવાર પ્રવીણ માલીની ભવ્યાતિ ભવ્ય રેલી..
বিশ্বনাথৰ পেটেলিবাৰীত দিন দুপৰতে দুটাকৈ ঘৰৰ তলা ভাঙি এখন ঘৰৰ পৰা চোৰে লৈ গল নগদ আঢ়ৈ লাখ টকা
বিশ্বনাথত সংঘটিত হল দিনৰ পোহৰতে চুৰি কাণ্ড।ঘৰত মানুহ নথকা সুযোগ লৈ ঘৰৰ তলা ভাঙি চুৰে নিলে নগদ...
গোৱালপাৰাৰ শালপাৰা পৰিষদী সমষ্টিৰ নগৰপৰাত পকীপথ শুভাৰাম্ভ
গোৱালপাৰাৰ শালপাৰা পৰিষদী সমষ্টিৰ নগৰপৰাত পকীপথ শুভাৰাম্ভ
আজি ভাদৰ এক তাৰিখ : নামঘৰে নামঘৰে ভদীয়া নাম
আজি ভাদৰ এক তাৰিখ : মাজুলীৰ নামঘৰে নামঘৰে ভদীয়া নাম ৷
মাজুলীৰ ৩৫ সত্ৰ তিনি শতাধিক নাম ঘৰত নামৰ...