নামনি মাজুলীৰ বিশিষ্ট জৈৱীক কৃষক দ্বীপজ্যোতি বহুমুখীজৈৱিক ফাৰ্মমৰ স্বৰ্তাধিকাৰী দীপক দলেক আজি নগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত এখন আয়ম্বৰপূৰ্ণ সভাত ' কিষাণ শিৰোমণি বঁটা -২০২২ ' প্ৰদান কৰে ৷ যোৱা ৮ আৰু ৯ আগষ্টত নগাঁও মহাবিদ্যালয়ত Society for Biotic and Environment Research য়ে আয়োজন কৰা Biotic Science Congress 2022 আৰু আন্তঃ চেমিনাৰ International Conference on Recent Advances in Agriculture , Biological and Applied Science Research কতৃপক্ষই মাজুলীৰ এই আৰ্দশ কৃষক জনক এই বঁটা প্ৰদান কৰে ৷কৃষক দীপক দলেয়ে জৈৱিক পদ্ধতিৰে বিভিন্ন কৃষি উৎপাদন বিশুদ্ধ আৰু পুষ্টিকৰ শাক-পাচলি , ৰঙা চাউলৰ কৃষি কৰি এক সুন্দৰ নজিৰ সৃষ্টি কৰাৰ লগতে স্বৱলম্বৰ উৎকৃষ্ট নিৰ্দশন তুলি ধৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બાવળ કાપવાની ના પાડતાં મારી નાખવાની ધમકી આપનાર 3 શખ્સ સામે ફરિયાદ નોધાઈ
ચોટીલાના સુખસર ગામે બાવળ કાપવાનીના પાડતા મનદુખ રાખીને હુમલો કરાયો હતો.જેાં ત્રણ શખ્સો દ્વારા...
પાલનપુર ખાતે સ્વામી વિવેકાનંદજીની જન્મ જયંતીની ઉજવણી કરાઈ..
પાલનપુર ખાતે યુગપુરુષ સ્વામી વિવેકાનંદજીની 161મી જન્મ જયંતિની ભવ્ય ઉજવણી કરાઇ...
नहीं हो पाया मेयर का चुनाव, हंगामे के बाद दिल्ली नगर निगम का सदन अनिश्चितकाल के लिए स्थगित
दिल्ली नगर निगम का सदन अनिश्चितकाल के लिए स्थगित कर दिया गया है. जिसके साथ ही एक बार फिर से मेयर...
देवगिरी इंजिनिअरिंग कॉलेज येथे पिस्टन हेड्स स्टुडंटची निवडून संपन्न
पैठण :देवगिरी इंजिनिअरिंग कॉलेज येथे म्हणून मेसा निवडणुकीत पिस्टन हेड्स स्टुडंट पँनेलच्या 15पैकी...