মৰাণ নগৰত প্ৰৱেশ কৰাৰ লগে লগে সাৰি যাব নোৱাৰিব দুস্কৃতি কাৰী অথবা অপৰাধী। চি চি কেমেৰাই নিৰিক্ষণ কৰিব তেওঁলোকৰ গতিবিধি। আজিৰ পৰা আৰম্ভ হৈছে মৰাণ নগৰত চি চি কেমেৰা স্থাপনৰ কাম। বিচিপিএলৰ চি এইচ আচঁনিৰে পাঁচ লাখ টকা ডিব্ৰুগড় জিলা আয়ুক্তৰ সহযোগত চি চি কেমেৰা স্থাপনৰ বাবে আগবঢ়োৱা হৈছে ইয়াৰে প্ৰথম কিস্তি হিচাবে দু ই লাখ পঞ্চলিশ হেজাৰ টকাৰে পাঁচটা চি চি কেমেৰা স্থাপনৰ ব্যৱস্থা কৰা হৈছে।পৰৱৰ্তী সময়ত আৰু পাঁচটা চি চি কেমেৰা স্থাপন কৰা হ'ব। এইকাৰ্যৰ শুভাৰম্ভ কৰে।মৰাণ ৰাজহ চক্ৰ বিষয়া ড° সংগীতা শৰ্মা আৰু আৰক্ষী চক্ৰ পৰিদৰ্শক নীল কমল বৰুৱাই। এই কাৰ্য্যসূচীত উপস্থিত থাকে সমাজ কৰ্মী মিলু খান, প্ৰাক্তন ছাত্ৰ নেতা তথা সমাজ কৰ্মী পবিত্ৰ চুতীয়া, আৰু শান্তি কমিটিৰ সভাপতি খগেন ভঁৰালী বিবেক আগৰৱালা আদি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PORBANDAR પોરબંદર નજીક દરિયામાં ફિશીંગ કરી રહેલી બોટમાં ખલાસીનું મોત 02 11 2022
PORBANDAR પોરબંદર નજીક દરિયામાં ફિશીંગ કરી રહેલી બોટમાં ખલાસીનું મોત 02 11 2022
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
વિધાનસભાની ચૂંટણીને ટાણે કોંગ્રેસ એકશનમાં યુથ કોંગ્રેસ NSUI સોપાંઇ મહત્વની જવાબદારી
વિધાનસભાની ચૂંટણીને ટાણે કોંગ્રેસ એકશનમાં યુથ કોંગ્રેસ NSUI સોપાંઇ મહત્વની જવાબદારી
અરવિંદ કેજરીવાલ જામનગર એરપોર્ટ ખાતે પધાર્યા
અરવિંદ કેજરીવાલ જામનગર એરપોર્ટ ખાતે પધાર્યા
2024 Lok Sabha BJP Candidate List: Pawan Singh ने आसनसोल से चुनाव लड़ने से क्यों मना किया | AajTak
2024 Lok Sabha BJP Candidate List: Pawan Singh ने आसनसोल से चुनाव लड़ने से क्यों मना किया | AajTak