শ্যাম বাবাৰ নিচান হাতত লৈ গুৱাহাটীৰ পৰা খোজ কাঢ়ি আহি মৰাণত উপস্থিত হয়হি সমীৰ শৰ্মা নামৰ লোকজন।কলি যুগৰ অৱতাৰ শ্যাম বাবাৰ নিচান হাতত লৈ গুৱাহাটীৰ পৰা পদযাত্ৰা কৰা শ্যাম ভক্ত জনক।মৰাণত উষ্ম আদৰণি জনোৱা হয়। ডিবূগড় নিবাসী সমীৰ শৰ্মা নামৰ লোকজনৰ এই যাত্ৰাই আজি এঘাৰ দিনত ভৰি দিছে।মৰাণত শ্যাম ভক্ত সকলে আদৰণি জনোৱাৰ পিছতে ডিব্ৰুগড় অভিমুখে যাত্ৰা কৰা আৰম্ভ কৰে। নিঃস্বাৰ্থ ভাৱে পদযাত্ৰা কৰি সমীৰ শৰ্মাই ভক্তিৰ নিদৰ্শন দাঙি ধৰা এই যাত্ৰা ।ডিব্ৰুগড়ৰ শ্যাম মন্দিৰত সামৰণি পৰিব। তেওঁৰ এই যাত্ৰা ২৯ জানুৱাৰীত গুৱাহাটী শুক্লেশ্বৰ মন্দিৰৰ পৰা আৰম্ভ কৰিছিল বুলি জানিবলৈ দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দৰঙত জিলা উন্নয়ন সমিতিৰ সভা অনুষ্ঠিত
মঙ্গলদৈ ১৪ জুন::আজি দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলা উন্নয়ন সমিতিৰ সভা অনুষ্ঠিত...
নাৰায়ণপুৰত বৃক্ষৰোপন
অসম সাহিত্য সভাৰ আগন্তুক ষষ্ঠসপ্ততিতম অধিৱেশনৰ লগত সংগতি ৰাখি আজি নাৰায়ণপুৰত আদৰণি সমিতিয়ে হাতত...
Yogi Adityanath ने Akhilesh Yadav पर साधा निशाना, बोले- 2017 से पहले चलती थी समानांतर सरकार
Yogi Adityanath ने Akhilesh Yadav पर साधा निशाना, बोले- 2017 से पहले चलती थी समानांतर सरकार
কলপাতত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ অংকন ছাত্ৰীৰ
গোলাঘাটৰ পুৰবী শইকীয়াই কলপাতত মহাপুৰুষ জনাৰ চিত্ৰ অংকন কৰি জনাইছে প্ৰণিপাত। পুৰ্বেও...
हड्डी का ढांचा सुन-सुनकर पक गए हैं कान? तो Weight Gain के लिए खाएं ये फूड्स
वजन बढ़ाने के लिए बेस्ट फूड में आमतौर पर प्लांट और एनिमल प्रोटीन फैट और तेल कार्बोहाइड्रेट और...