শিৱসাগৰৰ গ্ৰীফন ক্লাৱৰ উদ্যোগত গ্ৰীফন।চেলেঞ্জ তৃতীয় সদৌ অসম আমন্ত্ৰণ মূলক মহিলা ক্ৰিকেট প্ৰতিযোগিতা শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হয়। শিৱসাগৰ আৰু নাজিৰাৰ মাজত অনুষ্ঠিত প্ৰথমখন শ্বাসৰূদ্ধকৰ খেল বিয়লি চাৰিবজা পৰ্য্যন্ত ।দুইদলৰ মাজত অনুষ্ঠিত হৈ আছে আমন্ত্ৰণ মূলক সদৌ অসম মহিলা প্ৰাইজ মানী ক্ৰিকেট প্ৰতিযোগিিতা। মহিলা ক্ৰিকেটৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখি গ্ৰীফন ক্লাৱৰ উদ্যোগত দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত হৈছে এই আমন্ত্ৰণ মূলক মহিলাৰ কিকেট প্ৰতিযোগিতা।
শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত গ্ৰীফন চেলেঞ্জ ট্ৰফী সদৌ অসম আমন্ত্ৰণ মুলক মহিলা ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত।
