ডিব্ৰুগড় জিলাৰ খোৱাং নাহৰণি গাঁও পঞ্চায়তৰ পানীতোলা গাঁৱত অৱস্থিত ঐতিহাসিক ধুমফুকন মৈদামৰ পাৰত চলিছে খনন কাৰ্য । আনহাতে বেদখলকাৰীৰ কবলত পৰিছে ঐতিহাসিক ধুমফুকন মৈদামৰ ভূমি । বেদখলৰ ফলত বৰ্তমান ১৬ বিঘাৰ ঠাইত প্ৰায় ৩ বিঘা ভূমিহে আছে । শেহতীয়াকৈ, টাই আহোম যুৱ পৰিষদৰ অভিযোগৰ পিছতে আজি মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত মৰাণ ৰাজহ চক্ৰ বিষয়া ডাঃ সংগীতা শৰ্মা, স্থানীয় ৰাইজ আৰু টাই আহোম যুৱ পৰিষদৰ মাজত এখনি ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয় । বৈঠকত টাই আহোম উন্নয়ণ পৰিষদৰ সদস্য সূৰ্য বৰগোহাঁই উপস্থিত থাকে । স্থানীয় ৰাইজে মৈদামৰ পাৰত এটি নামঘৰ নিৰ্মাণ কৰিবলৈ যো-জা কৰিছিল । আলোচনাৰ অন্তত ঐতিহাসিক পানীতোলা পুখুৰী আৰু ধুমফুন মৈদাম সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহন কৰা হয় । শীঘ্ৰে, ঐতিহাসিক ধুমফুকন মৈদামৰ ভূমি জৰীপ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: CM Arvind Kejriwal के घर के बाहर टीचर्स का प्रदर्शन | Aaj Tak LIVE
Breaking News: CM Arvind Kejriwal के घर के बाहर टीचर्स का प्रदर्शन | Aaj Tak LIVE
ಮಹಾರಾಷ್ಟ್ರದ ಗೊಂಡಿಯಾ ಪ್ರದೇಶದ ಆರೋಪಿ ಮನೆ ಮೇಲೆ ಪೊಲೀಸರ ದಾಳಿ ಅಪಾರ ಪ್ರಮಾಣದ ನಗದು ಪತ್ತೆ: ಪೊಲೀಸರು ಶಾಕ್ !
ಮಹಾರಾಷ್ಟ್ರದ ಗೊಂಡಿಯಾ ಪ್ರದೇಶದ ಆರೋಪಿ ಮನೆ ಮೇಲೆ ಪೊಲೀಸರ ದಾಳಿ ಅಪಾರ ಪ್ರಮಾಣದ ನಗದು ಪತ್ತೆ: ಪೊಲೀಸರು ಶಾಕ್ !
Breaking News: Parliament Security Breach पर बोले निसिथ प्रमाणिक- 'संसद पूरी तरह सुरक्षित है'
Breaking News: Parliament Security Breach पर बोले निसिथ प्रमाणिक- 'संसद पूरी तरह सुरक्षित है'
કાંકરેજ તાલુકા ની 200 આગણવાડી બહેનો હડતાળ પર ઉતરી
કાંકરેજ તાલુકા ની 200 આગણવાડી બહેનો હડતાળ પર ઉતરી
মহিলাক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল সীমান্ত সুৰক্ষা বাহিনীৰ দুজন জোৱান
ভাৰতৰ পৰা অবৈধভাৱে বাংলাদেশত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা এগৰাকী মহিলাৰ ধৰ্ষণক লৈ দুজন সীমান্ত...