ডিব্ৰুগড় জিলাৰ খোৱাং নাহৰণি গাঁও পঞ্চায়তৰ পানীতোলা গাঁৱত অৱস্থিত ঐতিহাসিক ধুমফুকন মৈদামৰ পাৰত চলিছে খনন কাৰ্য । আনহাতে বেদখলকাৰীৰ কবলত পৰিছে ঐতিহাসিক ধুমফুকন মৈদামৰ ভূমি । বেদখলৰ ফলত বৰ্তমান ১৬ বিঘাৰ ঠাইত প্ৰায় ৩ বিঘা ভূমিহে আছে । শেহতীয়াকৈ, টাই আহোম যুৱ পৰিষদৰ অভিযোগৰ পিছতে আজি মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত মৰাণ ৰাজহ চক্ৰ বিষয়া ডাঃ সংগীতা শৰ্মা, স্থানীয় ৰাইজ আৰু টাই আহোম যুৱ পৰিষদৰ মাজত এখনি ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয় । বৈঠকত টাই আহোম উন্নয়ণ পৰিষদৰ সদস্য সূৰ্য বৰগোহাঁই উপস্থিত থাকে । স্থানীয় ৰাইজে মৈদামৰ পাৰত এটি নামঘৰ নিৰ্মাণ কৰিবলৈ যো-জা কৰিছিল । আলোচনাৰ অন্তত ঐতিহাসিক পানীতোলা পুখুৰী আৰু ধুমফুন মৈদাম সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহন কৰা হয় । শীঘ্ৰে, ঐতিহাসিক ধুমফুকন মৈদামৰ ভূমি জৰীপ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কাৰ্বি আংলং জিলাৰ ডিফুত আম আদমি পাৰ্টীৰ সংবদমেল সম্বোধন।
কাৰ্বি আংলং জিলাৰ ডিফুত আম আদমি পাৰ্টীৰ সংবদমেল সম্বোধন।
બોટાદ જિલ્લા પોલીસનો નવતર અભિગમ: મહિલાઓ અને દીકરીઓને રાયફલ શૂટિંગ વડે સ્વરક્ષણની તાલીમ અપાઇ
સુરક્ષા સેતુ સોસાયટી અંતર્ગત બોટાદ જિલ્લા પોલીસ દ્વારા ઈન્ચાર્જ પોલીસ અધિક્ષકશ્રી એ.એ.સૈયદના...