ৰাজ্য চৰকাৰৰ পৌৰ সংস্কাৰ প্ৰক্ৰিয়াৰ অংশস্বৰূপে নাৰায়ণপুৰ পৌৰ সভাৰ অধীনত সম্পত্তি কৰৰ মূল্যায়ন , পুনৰ্মূল্যায়ন আৰু আধুনিকীকৰনৰ কাম আৰম্ভ হৈছে ৷ বুধবাৰে নাৰায়ণপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত এইকথা জানিবলৈ দি পৌৰসভাখনৰ কাৰ্যবাহী বিষয়া জিন্টু শৰ্মাই কয় যে - এই প্ৰক্ৰিয়াৰ প্ৰথমটো পদক্ষেপ হিচাপে নাৰায়ণপুৰ পৌৰ এলেকাৰ ৰাস্তাসমুহৰ শ্ৰেণী বিভাজনৰ কাম সম্পুৰ্ণ কৰা হৈছে ৷ ইয়াৰ পাছত দ্বিতীয় কাৰ্যসুচী হিচাপে ১০ আগষ্টৰ পৰা ১০ ছেপ্তেম্বৰলৈকে এমাহ যুৰি পৌৰ এলেকাৰ ৰাইজৰ পৰা নিজৰ সম্পত্তিৰ স্বঘোষিত তথ্য আহ্বান কৰা হৈছে ৷ এই তথ্য নিধাৰিত প্ৰপত্ৰৰ জৰিয়তে অথবা ম’বাইল এপৰ জৰিয়তে দাখিল কৰিব লাগিব ৷ প্ৰপত্ৰসমুহ কৰ সংগ্ৰাহক , পৌৰসভাৰ কাৰ্যালয় আৰু প্ৰতিটো ৱাৰ্ডৰ নিদিষ্ট কৰ মূল্যায়ন শিবিৰত উপলব্ধ হ’ব ৷ এই মূল্যায়ন , পুনমূল্যায়ন আৰু আধুনিকীকৰণ প্ৰক্ৰিয়াটোত ৰাইজৰ সহায় সহযোগ কামনা কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Maharashtra: क्या फिर एक होंगे चाचा-भतीजा? आज फिर विधायकों के साथ शरद पवार से मिलने पहुंचे डिप्टी सीएम अजित
मुंबई, महाराष्ट्र के डिप्टी सीएम अजित पवार और उनके गुट के एनसीपी विधायक लगातार दूसरे दिन पार्टी...
Devendra Fadnavis यांचा Foxconn Vedanta प्रकल्पावरून ठाकरेंना सवाल | Aaditya Thackeray
Devendra Fadnavis यांचा Foxconn Vedanta प्रकल्पावरून ठाकरेंना सवाल | Aaditya Thackeray
नहर में नहाने के दौरान बहे एनआईटी के दो छात्र, रातभर चला सर्च अभियान, 12 घंटे बाद मिला शव
गांव किरमिच के पास नरवाना ब्रांच नहर में बहे राष्ट्रीय प्रौद्योगिकी संस्थान के दोनों छात्रों के...