ৰাজ্য চৰকাৰৰ পৌৰ সংস্কাৰ প্ৰক্ৰিয়াৰ অংশস্বৰূপে নাৰায়ণপুৰ পৌৰ সভাৰ অধীনত সম্পত্তি কৰৰ মূল্যায়ন , পুনৰ্মূল্যায়ন আৰু আধুনিকীকৰনৰ কাম আৰম্ভ হৈছে ৷ বুধবাৰে নাৰায়ণপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত এইকথা জানিবলৈ দি পৌৰসভাখনৰ কাৰ্যবাহী বিষয়া জিন্টু শৰ্মাই কয় যে - এই প্ৰক্ৰিয়াৰ প্ৰথমটো পদক্ষেপ হিচাপে নাৰায়ণপুৰ পৌৰ এলেকাৰ ৰাস্তাসমুহৰ শ্ৰেণী বিভাজনৰ কাম সম্পুৰ্ণ কৰা হৈছে ৷ ইয়াৰ পাছত দ্বিতীয় কাৰ্যসুচী হিচাপে ১০ আগষ্টৰ পৰা ১০ ছেপ্তেম্বৰলৈকে এমাহ যুৰি পৌৰ এলেকাৰ ৰাইজৰ পৰা নিজৰ সম্পত্তিৰ স্বঘোষিত তথ্য আহ্বান কৰা হৈছে ৷ এই তথ্য নিধাৰিত প্ৰপত্ৰৰ জৰিয়তে অথবা ম’বাইল এপৰ জৰিয়তে দাখিল কৰিব লাগিব ৷ প্ৰপত্ৰসমুহ কৰ সংগ্ৰাহক , পৌৰসভাৰ কাৰ্যালয় আৰু প্ৰতিটো ৱাৰ্ডৰ নিদিষ্ট কৰ মূল্যায়ন শিবিৰত উপলব্ধ হ’ব ৷ এই মূল্যায়ন , পুনমূল্যায়ন আৰু আধুনিকীকৰণ প্ৰক্ৰিয়াটোত ৰাইজৰ সহায় সহযোগ কামনা কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ખંભાળિયા પંથકમાં ધોરણ 10 ની ડુપ્લીકેટ માર્કશીટનું તોતિંગ કૌભાંડ ઝડપાયું: સલાયાના શખ્સની અટકાયત
વહાણના નાવિકની નોકરી માટે જરૂરી સર્ટિફિકેટ સહિતનું કૌભાંડ એસ.ઓ.જી. પોલીસે પકડી પાડ્યું ...
Memory loss: क्या आपको भी है भूलने की बीमारी, तो इसके लिए ये आदतें हो सकती हैं जिम्मेदार
अगर आप भी हर थोड़ी देर में बातें भूल जाते हैं तो इस चीज़ को हंसी-मजाक या छोटी-मोटी समस्या समझकर...
दीपावली पर 251 बच्चों को बितरित किए आतिशबाजी और मिठाई के पैकेट
दीपावली पर 251 बच्चों को बितरित किए आतिशबाजी और मिठाई के पैकेटबूंदी। रोटरी क्लब और रोटरेक्ट क्लब...
Bihar Politics: Nitish Kumar के फैसले पर Shatrughan Sinha ने सुनाया ये मशहूर डायलॉग
Bihar Politics: Nitish Kumar के फैसले पर Shatrughan Sinha ने सुनाया ये मशहूर डायलॉग
Lok Sabha Election 2024: Madhavi Latha ने वोट देने आई मुस्लिम महिलाओं की चेक की आईडी!
Lok Sabha Election 2024: Madhavi Latha ने वोट देने आई मुस्लिम महिलाओं की चेक की आईडी!