সমাগত দেশৰ স্বাধীনতা দিৱস। তিনিচুকীয়াৰ নপুখুৰীৰ সমীপত এটা ডেম্পত উদ্ধাৰ কৰা হৈছে প্ৰায় ১৯ বস্তা গুলীৰ খালী কাৰ্টিজ। তিনিচুকীয়া আৰক্ষী তথা উপ আৰক্ষী অধিক্ষক হিৰণ্য কুমাৰ বৰাৰ এক অভিযানত উদ্ধাৰ কৰা হৈছে এই কাৰ্টিজসমূহ।

ডেম্পটোৰ স্বত্তধিকাৰী বিৰেন্দ্ৰ শ্বাহক আটক কৰি অব্যাহত ৰাখিছে জেৰা।

লগতে উক্ত ডেম্পটোতে উদ্ধাৰ কৰা হৈছে বহুসংখ্যক সজীৱ গুলী।