নাহৰকটীয়া ব্যবসায়ী উন্নয়ন মঞ্চৰ উদ্যোগত আজাদীকা অমৃত মহোৎসৱ উপলক্ষে স্বচ্ছ অভিযান পালন কৰা হয়।