সোণাৰিৰ সাপেখাতীত আলফা লিংকমেন আটক। আলফা স্বাধীনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত বিজেপি সদস্যক গ্ৰেপ্তাৰ। সোণাৰি টাইৰাই গাঁৱৰ পৰা সাপেখাতী আৰক্ষীয়ে আটক কৰে জিতু বৰাক।

জিতু বৰাই অলপতে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰৰ ওচৰত বিজেপি দলত যোগদান কৰিছিল। সাপেখাটী মণ্ডল যুৱ মৰ্চাৰ সম্পাদক শংকৰ বৰাৰ ভাতৃ জিতু বৰা।