স্বাধীনতা দিৱসৰ উপলক্ষে শিৱসাগৰত বিদ্যালয় সমুহৰ প্ৰভাতী ফেৰী

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আজি শিৱসাগৰ বহুকেই খন বিদ্যালয়ে উলিয়াই প্ৰভাত ফেৰী | বন্দে মাতৰাম , ভাৰত মাতা কি জয় আদি শ্লোগাৰে বাহিৰ কৰে এই প্ৰভাত ফেৰী | ছাত্ৰছাত্ৰী  সমান্তৰালকে শিক্ষকশিক্ষয়িত্ৰী ও অংশগ্ৰহণ কৰে প্ৰভাত ফেৰীত | ২ নং মেটেকা প্ৰাথমিক বিদ্যালয় , ৪০৩ নং ৰজাবাৰী প্ৰাথমিক বিদ্যালয় , ১৮ নং কাথপাৰ বিদ্যালয়তো দেখা যায় এই প্ৰভাত ফেৰীৰ দৃশ্য