কলাইগাওৰ ত্ৰিৰংগা যাত্ৰাৰ বাইক ৰেলিত অংশগ্ৰহণ কৰিলে সাংসদ দিলীপ শইকীয়াই।

ভাৰতীয় জনতা পাৰ্টী মুদৈবড়ী,কলাইগাও আৰু খৈৰাবাৰী মন্দলৰ উদ্যোগত আজি ৭৫সংখ্যক স্বাধীনতা দিবসৰ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি কলাইগাওত এক বিশাল বিজেপিৰ বাইক ৰেলিৰে ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰে।

এই অনুষ্ঠানত প্ৰায় পাচ শতাধিক লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানতি শুভাৰম্ভ কৰে সাংসদ দিলীপ শইকীয়াই লগতে উপস্থিত থাকে বিটি চিৰ ই এম দিগন্ত বৰুৱা আৰু এম চি এৰ এই ভবেন বড়ো।