ৰাখী বন্ধন হিন্দু ধৰ্মাৱলম্বী সকলৰ এটা পবিত্ৰ উত্সৱ। শাওণ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। যিটো দিনত বায়েকে–ভনীয়েকে তেওঁলোকৰ নিজৰ ককায়েক–ভায়েকৰ হাতত ৰাখী বান্ধি দিয়ে। ৰাখীডালতে প্ৰকাশ পাই উঠে ভাতৃ-ভগ্নীৰ মৰ মৰম-চেনেহ। ৰাখীবন্ধন প্ৰেম আৰু ভাতৃত্ববোধৰ এক সমন্বয়ৰ উৎসৱ বুলি কোৱা হয়। ফুলবাৰীস্থিত শিখ ৰেজিমেণ্টৰ জোৱানসকলে ৰাখী বন্ধন কাৰ্যসূচী ৰূপায়ণ কৰে। শিখ ৰেজিমেণ্টৰ জোৱানসকলক মহাবিদ্যালয়খনৰ ছাত্ৰীসকলে ৰীতি-নীতি অনুসৰি ৰাখী পিন্ধাই ভগ্নীৰ পৰিচয় দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
હાથ માં વાટકી લઈ પહોંચ્યા ધારાસભ્ય ના કાર્યાલય પર
હાથ માં વાટકી લઈ પહોંચ્યા ધારાસભ્ય ના કાર્યાલય પર
৭৬ সংখ্যাক গণৰাজ্য দিৱস উপলক্ষে আজি নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত জ্যেষ্ঠ নাগৰিক সকলৰ মাজত এক খোজকঢ়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত নাজিৰাৰ সন্মানীয় জ্যেষ্ঠ নাগৰিক সকলৰ মাজত এক খোজকঢ়া প্ৰতিযোগিতা...
जोनाई के के विजयपुर में एक सड़क दुर्घटना में गंभीर रूप से दो घायल, गंभीर रूप से घायल जोनाई के सहकारी आयुक्त
धेमाजी जिले के जोनाई महकमा में कल रात को करीब आठ बजे राष्ट्रीय राजपथ मार्ग 515 पर विजयपुर के समीप...
બનાસકાંઠા જિલ્લાના ડીસા તાલુકા ખાતે 108 એમ્બ્યુલન્સ ખૂબ જ સારી રીતે કામ કરી રહી છે
બનાસકાંઠા જિલ્લાના ડીસા તાલુકા ખાતે 108 એમ્બ્યુલન્સ ખૂબ જ સારી રીતે કામ કરી રહી છે