আজি আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ ননৈ চেৰফাং মণ্ডলৰ যুৱ মৰ্চাই আয়োজন কৰা এিৰংগা যাএাত অংশ গ্ৰহণ কৰি ৰাইজৰ উৎসাহ দেখি বাৰুকৈ আপ্লুত হওঁ । 

এই যাএাত ননৈ চেৰফাং পৰিষদীয় সমস্তিৰ কাৰ্য্যবাহী সদস্য সঞ্জিত তাঁতী ডাঙৰীয়া, মণ্ডল সভাপতি, মণ্ডল সাধাৰণ সম্পাদক,ভিচিদিচিৰ সভাপতি/ উপসভাপতি, যুৱ মৰ্চা তথা মহিলা মৰ্চাৰ বিষয় ববীয়াৰ লগতে সাতশৰো অধিক কাৰ্য্যকৰ্তাই অংশগ্ৰহণ কৰে ।