বৃহস্পতি বাৰে সন্ধ্যা উখল মাখল পৰিবেশ শিৱসাগৰ কলেজ চৌহদত।অসম ৰাজপত্ৰত প্ৰকাশ জয়সাগৰ কলেজ তথাশিৱসাগৰ কলেজ হিচাবে পৰিচিত কলেজ খন শিৱসাগৰ ইউনিভাৰ্চিটি হোৱাৰ কথা।মুখ্যমন্ত্ৰী ড°হিমন্তবিশ্ব শৰ্মাই দুহেজাৰ একৈশ চনৰ ছয় ডিচেম্বৰত শিৱসাগৰ কলেজৰ মহা ৰজত জয়ন্তীৰ শুভাৰম্ভৰ কাৰ্য্যসূচীত শিৱসাগৰ কলেজক ইউনিভাৰ্চিটি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সম্পূৰ্ণ তিনিটা বছৰৰ ভিতৰত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি অনুসৰি শাৱসাগৰ কলেজক শিৱসাগৰ ইউনিভাৰ্চিটি হিচাবে ২০২৩বৰ্ষৰ ১ডিচেম্বৰৰ পৰা স্বিকৃতি লাভ কৰিছে। প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত পদ্মধৰ চলিহা আৰু পৰাগধৰ চলিহাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি কৃতজ্ঞতা জ্ঞাপন কলেজ কতৃপক্ষৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાલીતાણા ગરાજીયા ગામેથી 6 જુગારીઓ ઝડપાયા
પાલીતાણા ગરાજીયા ગામેથી 6 જુગારીઓ ઝડપાયા
અંબાજી: “મા અંબા” ના પ્રસાદમાં ભળ્યો આદિજાતિના લોકસંગીતનો લહેકો
અંબાજી: “મા અંબા” ના પ્રસાદમાં ભળ્યો આદિજાતિના લોકસંગીતનો લહેકો
Madhya Pradesh: मुरैना में एक पटाखा गोदाम में विस्फोट, 2 बच्चों सहित 4 की मौत
मृतकों में एक महिला और एक पुरुष भी शामिल हैं. गंभीर रूप से घायल चार लोगों को इलाज के लिए ग्वालियर...
ಬೆಂಗಳೂರಿನ ರಾಜರಾಜೇಶ್ವರಿ ವೈದ್ಯಕೀಯ ಮಹಾವಿದ್ಯಾಲಯದಲ್ಲಿ '70ನೇ ಕನ್ನಡ ರಾಜ್ಯೋತ್ಸವ - ಕಲಾ-ಸಿರಿ' ಕಾರ್ಯಕ್ರಮ ಆಯೋಜಿಸಲಾಗಿತ್ತು.
ಕನ್ನಡವು ಕರ್ನಾಟಕದ ಶ್ರೀಮಂತ ಪರಂಪರೆ ಮತ್ತು ಸಂಪ್ರದಾಯಗಳ ಭಂಡಾರವಾಗಿದ್ದು, ನಾಡಿನ ಇತಿಹಾಸ, ಸಂಸ್ಕೃತಿ ಮತ್ತು...
Business News | Women Traders के शेयर और निवेश से जुड़े सवालों के मिलेंगे जवाब|Saas, Bahu Aur Sensex
Business News | Women Traders के शेयर और निवेश से जुड़े सवालों के मिलेंगे जवाब|Saas, Bahu Aur Sensex