বৃহস্পতি বাৰে সন্ধ্যা উখল মাখল পৰিবেশ শিৱসাগৰ কলেজ চৌহদত।অসম ৰাজপত্ৰত প্ৰকাশ জয়সাগৰ কলেজ তথাশিৱসাগৰ কলেজ হিচাবে পৰিচিত কলেজ খন শিৱসাগৰ ইউনিভাৰ্চিটি হোৱাৰ কথা।মুখ্যমন্ত্ৰী ড°হিমন্তবিশ্ব শৰ্মাই দুহেজাৰ একৈশ চনৰ ছয় ডিচেম্বৰত শিৱসাগৰ কলেজৰ মহা ৰজত জয়ন্তীৰ শুভাৰম্ভৰ কাৰ্য্যসূচীত শিৱসাগৰ কলেজক ইউনিভাৰ্চিটি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সম্পূৰ্ণ তিনিটা বছৰৰ ভিতৰত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি অনুসৰি শাৱসাগৰ কলেজক শিৱসাগৰ ইউনিভাৰ্চিটি হিচাবে ২০২৩বৰ্ষৰ ১ডিচেম্বৰৰ পৰা স্বিকৃতি লাভ কৰিছে। প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত পদ্মধৰ চলিহা আৰু পৰাগধৰ চলিহাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি কৃতজ্ঞতা জ্ঞাপন কলেজ কতৃপক্ষৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Truck और Car बिजनेस पर क्या करने जा रहा है Tata Motors?
Truck और Car बिजनेस पर क्या करने जा रहा है Tata Motors?
বড়ো সাহিত্যৰ নিৰৱ সাধক দেওঁবাৰ ৰামছিয়াৰীয়ে লাভ কৰিলে সাহিত্য একাডেমীৰ শিশু সাহিত্য বটাঁ
বড়ো সাহিত্যৰ নিৰৱ সাধক দেওঁবাৰ ৰামছিয়াৰীয়ে লাভ কৰিলে সাহিত্য একাডেমীৰ শিশু সাহিত্য বটাঁ
Ranbir Kapoor ED Summons: रणबीर कपूर समेत कई बॉलीवुड हस्तियों को ED का समन ?
Ranbir Kapoor ED Summons: रणबीर कपूर समेत कई बॉलीवुड हस्तियों को ED का समन ?
काटा बालक का लिंग नकाबपोशों बदमाशों ने मामला जनपद मऊ की
जनपद मऊ के थाना कोपागंज में,काटा बालक का लिंग नकाबपोशों बदमाशों ने।सूत्रों से जानकारी के मुताबिक...
પાલનપુર-આર્યન મોદી ના તમામ હત્યારો ની પોલીસે ગણતરી ના દિવસો માં જ કરી અટકાયત
પાલનપુર-આર્યન મોદી ના તમામ હત્યારો ની પોલીસે ગણતરી ના દિવસો માં જ કરી અટકાયત