দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ উপলক্ষে আজি শিৱসাগৰ জিলাৰ কংগ্ৰেছ কমিতিয়ে 'স্বাধীনতাৰ গৌৰৱময় যাত্ৰা' শীৰ্ষক এক পদযাত্ৰা বাহিৰ কৰে শিৱসাগৰত। 

আজিৰ এই পদ যাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি মঞ্জিৰ গগৈকে ধৰে বহু নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে।