শিৱসাগৰৰ চুকাফা সভা কক্ষত আগন্তুক।গণৰাজ্য দিৱস উদ্যাপনৰ সন্দৰ্ভত জিলা প্ৰশাসনৰ গুৰুত্ব পূৰ্ণসভা অনুষ্ঠিত হয়। সোমবাৰে সন্ধিয়া তথ্য আৰু জনসংযোগ বিভাগৰ পৰা পোৱা বিশেষ তথ্য অনুসৰি বৰ্ডিং খেল।পথাৰত অনুষ্ঠিত হ'ব গণৰাজ্যদিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। ৭৫তম গণৰাজ্য দিৱস উলহ-মালহেৰে বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হ'ব বুলি জানিব পৰা গৈছে।
চুকাফা সভাকক্ষত আগন্তুক গণৰাজ্য দিৱস উদ্যাপন সন্দৰ্ভত জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱৰ অধ্যক্ষতাত সভা অনুষ্ঠিত।
