সোমবাৰে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি উত্তম দিহিঙীয়াই মৰাণ হাটত টাই আহোম সহ অসমৰছয় জনগোষ্ঠীক ২০২৪ৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান কৰিবলৈ দাবী জনাই অন্যথা নিৰ্বাচনত বিজেপি দলে যোগ্য প্ৰত্যুত্তৰ পাব বুলি সঁকিয়াই দিয়ে যুৱ নেতাজনে।জনজাতিকৰণ টো ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে নিৰ্বাচনৰ প্ৰাকমূহুত্তৰ্ত এটা ঘোষনা কৰে , নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছতএই কথাবিলাক ফুটুকাৰ ফেনত পৰিণত হয়। কিন্তু এইবাৰ নিৰ্বাচনৰ প্ৰাক মূহূৰ্তত যদি।জনজাতি কৰণ নকৰে , তেতিয়াহ'লে বিজেপি চৰকাৰক ওফৰাবলৈ যিধৰণৰ প্ৰক্ৰিয়া গ্ৰহন কৰিব লাগে তেনেধৰণৰ প্ৰক্ৰিয়া গ্ৰহন কৰিব আৰু ইতিমধ্যে গাঁও অঞ্চলত জনজাগৰণ সভা অনুষ্ঠিত কৰিছে বুলি মত প্ৰকাশ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદ મણિનગર વિસ્તાર મા આવેલ જયમનબેન દવે અને શેઠ હીરાભાઈ કન્યા વિદ્યાલય મા નવરાત્રી પર્વ નિમિતે આરતી નું આયોજન કરવામા આવેલ.
અમદાવાદ મણિનગર વિસ્તાર મા આવેલ જયમનબેન દવે અને શેઠ હીરાભાઈ કન્યા વિદ્યાલય મા નવરાત્રી પર્વ નિમિતે...
Jammu Kashmir से AFSPA हटाने और सिविलियन इलाकों से सेना की वापसी, Amit Shah ने बताया अगला प्लान
Jammu Kashmir से AFSPA हटाने और सिविलियन इलाकों से सेना की वापसी, Amit Shah ने बताया अगला प्लान
AMBAJI/અંબાજી ભાદરવી પૂનમ ના મેળા પ્રસંગે શિક્ષણ મંત્રીશ્રી જીતુભાઇ વાઘાણીએ ભક્તિ ભાવપૂર્વક માતાજીના દર્શન કર્યા..
http://gexpressnewsnetwork.blogspot.com/2022/09/ambaji_9.html
AI Engineer Suicide News: डेढ़ घंटे के वीडियो में पुलिस और ससुराल वालों पर क्या बोले Atul? | Aaj Tak
AI Engineer Suicide News: डेढ़ घंटे के वीडियो में पुलिस और ससुराल वालों पर क्या बोले Atul? | Aaj Tak