আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বিদ্যালয় সমুহে দ্বাৰা ওলোৱা হৈছে প্ৰভাতী ফেৰী৷

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

এই দৃশ্য ২ নং মেটেকা প্ৰাথমিক বিদ্যালয়। পুৱাই ছাত্ৰ-ছাত্ৰী সকলক একত্ৰিত কৰি সিক্ষক-শিক্ষয়িত্ৰী সকলে ত্ৰিৰংগা লৈ শোভাযাত্ৰা বাহিৰ কৰে।আৰু স্বাধীনতা সংগ্ৰামত যি সকল মহান ব্যক্তিয়ে আত্মবলি দিলে তেওঁ লোক ক স্মৰণ কৰা হয়।