মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰভাত ফেৰীত মন্ত্ৰী যোগেন মোহনে অংশগ্ৰহণ কৰে

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ যোগেন মহন মৰাণ আদর্শ প্ৰাথমিক বিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী আৰু মৰমৰ কণমানি ছাত্ৰ-ছাত্রী সকলৰ সৈতে আজি পুৱা আজাদী কা অমৃত মহোত্সৱ অভিযানৰ লগত সঙ্গতি ৰাখি প্ৰভাতফেৰী অনুষ্ঠানত ভাগ লয়।